SMSS - Kalgachia

SMSS - Kalgachia

Share

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কলগাছিয়া।

24/05/2026

ভাল লগা সময়...!!

18/05/2026

The Universe isn't logical. It's magical.

15/05/2026

Rising like a Phoenix from the ashes..

14/05/2026

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি Pintu Gogoi ডাঙৰীয়া লৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

06/05/2026

শিৱসাগৰ সমষ্টিত..
অখিল গগৈৰ ভোট = 86521
বিজেপি ভোট = 69249
অগপ ভোট = 14757
বিজেপি+অগপ=84006
ৰাইজৰ দল = 86521
বিয়োগ কৰিলে = 2515 ভোট অখিল গগৈ জিকি আছে। বিজেপি অগপ একেলগে খেলিলেও অখিল গগৈক হৰুৱাব নোৱাৰে আৰু এয়াই বাস্তৱ!
Akhil Gogoi
SMSS - Kalgachia
Raijor Dal ৰাইজৰ দল

Photos from SMSS - Kalgachia's post 01/05/2026

কাজিৰঙা অৰ্কিড পাৰ্কত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰোৱা প্রতিগৰাকী ন-পুৰণি সতীৰ্থলৈ প্ৰণাম জনালোঁ।


Akhil Gogoi

Photos from SMSS - Kalgachia's post 30/04/2026

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ
'সতীৰ্থ সন্মিলন' আজি কাজিৰঙা অৰ্কিড পাৰ্কত।
Akhil Gogoi
Bidyut saikia-দৃঢ় আস্থা
Satra Mukti Sangram Samiti, Assam - SMSS

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Barpeta