Bamun Dongra Mandal.BJP Barpeta Dist

Bamun Dongra Mandal.BJP Barpeta Dist

Share

BJP BAMUN DONGRA MANDAL
23NO CHENGA LAC, DIST-BARPETA
BJP JINDABAAD��

Photos from Bamun Dongra Mandal.BJP Barpeta Dist's post 23/05/2025
Photos from Bamun Dongra Mandal.BJP Barpeta Dist's post 23/05/2025

ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলাৰ অন্তৰ্গত ২৩ নং চেঙা সমষ্টিৰ বামুন দংৰা মণ্ডলৰ সভাপতি * গুনজিৎ দাসৰ নেতৃত্বত ৯০ নং ভাতকুছি গাওঁ পঞ্চায়তৰ ৬ জন নৱ-নিযুক্ত নিৰ্দলীয় সদস্য-সদস্যা ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলাৰ সভাপতি Mahendra Das ডাঙৰীয়াৰ উপস্থিতত স্ব-জ্ঞানে,সুস্থ শৰীৰে ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলাৰ কাৰ্য্যালয়ত যোগদান কৰে।লগতে উপস্থিত থাকে জিলা উপ: সভাপতি Braja Kumar Das ডাঙৰীয়া। Gautam Pathak ডাঙৰীয়া লগতে জিলাৰ অনান্য কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
Mahendra Das

Photos from Bamun Dongra Mandal.BJP Barpeta Dist's post 11/03/2025

ভাৰতীয় জনতা পাৰ্টিৰ BJP Barpeta জিলাৰ সমূহ নৱনিযুক্ত বিষয়ববীয়া লৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।

Mahendra Das

24/02/2025

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰচেষ্টাত ইতিহাসত সোণালী আখৰেৰে খোদিত হ'ব আজিৰ দিনটো ৷ ঝুমুৰৰ ছন্দ, মাদলৰ শব্দৰে ঝুমইৰ বিনন্দিনীৰ জগতসভালৈ যাত্ৰাৰ বিশ্ব অভিলেখৰ এই ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ'বলৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ কিছুসময় পিছতেই মা কামাখ্যাৰ পবিত্ৰ ভূমিত পদাৰ্পণ কৰিব ৷ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক অসমৰ ভূমিলৈ উষ্ম আদৰণি জনালোঁ
Narendra Modi
Himanta Biswa Sarma
BJP Assam Pradesh
Mahendra Das

Photos from Bamun Dongra Mandal.BJP Barpeta Dist's post 02/02/2025

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আজি বৰপেটা সত্ৰলৈ এখন গাড়ী প্ৰদান কৰে। শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া, ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলাৰ সভাপতি মাননীয় মহেন্দ্ৰ দাস ডাঙৰীয়াৰ লগতে দলৰ কাৰ্যকৰ্তা আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত সত্ৰ পৰিচালনা সমিতিৰ সহিতে আই -মাতৃ তথা বাপজনা সকলৰ আশীষ নিৰ্মালিৰে অনুষ্ঠানটি সম্পন্ন কৰা হয়।

BJP Assam Pradesh
Mahendra Das
Dilip Saikia Bjp Nalbari

01/02/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ বামুন দংৰা মণ্ডলৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব আৰু অসমক দেশৰ ভিতৰতে অন্যতম এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে কৰা অহোপুৰুষাৰ্থই অসমক প্ৰগতি আৰু সমৃদ্ধিৰ বাটত আগুৱাই লৈ গৈছে। আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱনৰ বাবে শতকোটি প্ৰাৰ্থনা জনালোঁ৷

14/01/2025

আপোনালোক সকলোকে অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমান বাপতি-সাহোন ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
সাতামপুৰুষীয়া এই উৎসৱটোৱে আজিও আমাক ঐক্যবদ্ধ হৈ জীয়াই থকাৰ সাহস, উৎসাহ আৰু প্ৰেৰণা দি আছে।
মেজিৰ জুইৰ উত্তাপে বিগত দিনৰ নিৰাশাবোৰ নাইকীয়া কৰি এক ইতিবাচক দৃষ্টিভঙ্গীৰে আগবাঢ়ি যোৱাত প্ৰেৰণা দিয়ক।


তাৰ শুভ কামনাৰে

গুনজিৎ দাস
সভাপতি
ভাৰতীয় জনতা পাৰ্টী
বামুন দংৰা মন্ডল
বৰপেটা জিলা

Photos from Bamun Dongra Mandal.BJP Barpeta Dist's post 11/01/2025

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভাত আমি নৱ নিযুক্ত মন্ডল সভাপতি সকল অংশগ্ৰহণ কৰো।

11/01/2025
Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Mandia Road
Barpeta