যোৱা ০৩/১২/২৫ ইং তাৰিখে ৪নং বাঘমাৰা চৰত "চৰ উন্নয়ন ট্ৰাষ্ট"ৰ সৌজন্যত পঞ্চম বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকোঁ। চৰ অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমুহৰ ওপৰত এক বিস্তৃত আলোচনা কৰাৰ লগতে তাৰ পৰা পৰিত্ৰাণৰ উপায় সমূহ আলোকপাত কৰোঁ।সদৌশেষত বৃহৎ চৰ অঞ্চলৰ উন্নতি কামনা কৰাৰ লগতে চৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰা "চৰ উন্নয়ন ট্ৰাষ্ট"ৰ প্ৰতিগৰাকী কৰ্ম-কৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Adv. Soleman Sikdar Official
"স্বদেশ আৰু স্বজাতিৰ কল্যাণৰ হকে নিজকে অসমী আইৰ বুকুত অৰ্পণ কৰিলোঁ। চেঙা সমষ্টিবাসীৰ লগতে অসমীয়া ৰাইজ
“স্বদেশ আৰু স্বজাতিৰ কল্যাণৰ হকে নিজকে অসমী আইৰ বুকুত অৰ্পণ কৰিলোঁ। চেঙা সমষ্টিবাসীৰ লগতে অসমীয়া ৰাইজেই মোৰ প্ৰাণ।” 🙏🙏
12/09/2025
আজি ১২/০৯/২৫ তাৰিখ উজিৰৰ চৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত উজিৰৰ চৰ বজাৰত এখন দলীয় কৰ্মী সভা অনুষ্ঠিত কৰোঁ আৰু স্থানীয় লোকসকলৰ পৰা আশীৰ্বাদ বিচাৰোঁ।
08/09/2025
০৬/০৯/২৫ ইং তাৰিখ ২৩ নং চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘিৰপাম মানিকপুৰ গাওঁ পঞ্চায়তৰ দীঘিৰপাম বজাৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলীয় কৰ্মী আৰু ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে আশীৰ্বাদ বিচাৰোঁ।
30/08/2025
২৯/০৮/২৫ চেঙা ব্ল'ক কংগ্ৰেছ কমিটিৰ উদ্যোগত নৱ নিৰ্বাচিত পঞ্চায়ত ও জিলা পৰিষদ সদস্য/সদস্যা সকলৰ সম্বৰ্ধনা সভাৰ লগতে যোগদান কাৰ্যসূচী খন চেঙা ব্ল'ক কংগ্ৰেছ কাৰ্যালয় (বাঘমাৰা চৰ)ত সুকলমে সম্পন্ন কৰা হয়।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে ২নং ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন চাহাব, লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সহস্ৰাধিক কৰ্ম-কৰ্তা আৰু ২৩ নং চেঙা বিধানসভা সমষ্টিৰ ৰাইজ।
সকলোকে মই আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
28/08/2025
নেতৃত্ব হৈছে সহানুভূতি আৰু জীৱনক শক্তিশালী কৰা। আহক আমি একেলগে ভৱিষ্যত গঢ়ো।
27/08/2025
সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ গণেশ চতুৰ্থীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।
আজি 25/08/2025 ইং তাৰিখে," Gaurav Gogoi Fans Club" ৰ উদ্যোগত অষ্টম বৰ্ষপূতি উপলক্ষে মাৰাথান দৌৰ প্ৰতিযোগিতাৰ সমান্তৰালকৈ"নিচামুক্ত অসম" গঢ়াৰ লক্ষ্যৰে বৰপেটা জিলাৰ অন্তৰ্গত ২৩ নং চেঙা বিধানসভা সমষ্টিৰ কাৰাই খাইতি অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
উক্ত অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জৰিত থকা গণ্য মান্য ব্যক্তি সকল প্ৰমুখ্যে যুৱ সমাজ আৰু সজাগ ৰাইজৰ লগতে প্ৰতিগৰাকী প্ৰতিযোগীক হিয়া ভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।।
26/08/2025
25/08/2025
"নিচাৰ আঁধাৰে মন হয় অন্ধ,
শৰীৰ হয় ক্ষয়।
আশা-সপোন ভাঙি পৰে,
যুৱ শক্তি পথ হেৰুৱাই পেলায়।"
"Say No to Drugs- Save Our Youth, Save Our Future."
আজি ২৫/০৮/২০২৫ ইং তাৰিখে," Gaurav Gogoi Fans Club Assam" ৰ উদ্যোগত 3 কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ সমান্তৰালকৈ"নিচামুক্ত অসম" গঢ়াৰ লক্ষ্যৰে বৰপেটা জিলাৰ অন্তৰ্গত ২৩ নং চেঙা বিধানসভা সমষ্টিৰ কাৰাই খাইতি অঞ্চলত সজাগতা অনাৰ বাবে প্ৰচেষ্টা চলোৱা হয়।
উক্ত অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জৰিয়ত থকা সকলো স্বনামধন্য ব্যক্তিসকল, প্ৰতিগৰাকী প্ৰতিযোগীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
20/08/2025
"স্বদেশ আৰু স্বজাতিৰ কল্যাণৰ হকে নিজকে অসমী আইৰ বুকুত অৰ্পণ কৰিলোঁ। চেঙা সমষ্টিবাসীৰ লগতে অসমীয়া ৰাইজেই মোৰ প্ৰাণ।"
.SolemanSikdarOfficial
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Kholabandha
Barpeta
781127
