09/09/2025
আজি ১৬৪৪ মাজৰ চৰ পূৱপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিবেশৰ বুজ লয় লগতে শিক্ষক সকলৰ সৈতে শৈক্ষিক আলোচনা কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি জুমিৰ উদ্দিন সৰকাৰ আৰু মুখ্য সম্পাদক নুৰ ইছলাম চাহাবৰ লগতে সজাতি দলে। । অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত "শিক্ষাৰ পোহৰ -APSC/UPSC সহায় প্ৰকল্প"ৰ অধিনত বিদ্যালয় পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰে। ধন্যবাদ জনাইছো শিক্ষাগুৰু সকললৈ আৰু ভালকৈ যাতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত কৰে তাৰ বাবে আহ্বান জনাইছোঁ। জয় আই অসম, অধিকাৰ সুৰক্ষা মঞ্চ অসম জিন্দাবাদ।

07/09/2025
06/09/2025