09/10/2021
সকলো গ্ৰন্থ প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছোঁ।
Kalgachia was established in the 16th century.
It is believed that due to the large population of Kal Gaach (Banana tree), the name has become Kalgachia, The 3rd proposed Kalgachia sub division was formally declared as 'Kalgachia Sub division' of Barpeta
09/10/2021
সকলো গ্ৰন্থ প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছোঁ।
31/01/2021
সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।
25/11/2020
কলগাছিয়া স্পোর্টচ ক্লাবৰ উদ্যোগত ৰাজ্যিক ভিত্তিত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত সকলো ফেচবুক বন্ধু-বান্ধবীৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো,ধন্যবাদ।
13/08/2020
ভাল খবৰঃ অসমৰ আশিকে খেলিব বিশ্বকাপ ফুটবল. অসমৰ ক্ৰীড়াজগতৰ বাবে এটা ভাল খবৰ। #কলগাছিয়াৰ গুনীয়ালগুৰি বি. বি. আঞ্চলিক ক্লাৱৰ এগৰাকী খেলুৱৈয়ে খেলিব বিশ্বকাপ।ক্লাৱটোৰ আশিক ইকবাল (মুন) নামৰ খেলুৱৈ গৰাকী নিৰ্বাচিত হৈছে বিশ্বকাপ খেলাৰ বাবে।১৭ অনুৰ্ধৰ ভাৰতীয় দলৰ হৈ বিশ্বকাপ ফুটবলৰ বাবে নিৰ্বাচিত হৈছে খেলুৱৈ গৰাকী।
এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে কলগাছিয়াত আনন্দৰ জোৱাঁৰ।
https://www.facebook.com/100007947064474/posts/2726874817587394/
ভাল খবৰঃ অসমৰ আশিকে খেলিব বিশ্বকাপ ফুটবল... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal অসমৰ ক্ৰীড়াজগতৰ বাবে এটা ভাল খবৰ। কলগাছিয়াৰ গুনীয়ালগুৰি বি. বি. আঞ্চলিক ক্লাৱৰ এগৰাকী খেলুৱৈয়ে খেলিব বিশ্বকা....
07/07/2020
06/07/2020
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলে যোগাযোগ কৰিব পাৰে।
03/10/2019
অহা ৭ অক্টোবৰ ২০১৯ ইং তাৰিখ আবেলি ৩ বজাত কলগাছিয়া ৰাজহুৱা খেল পথাৰত #কলগাছিয়া #ক্ৰিকেট #একাডেমী শুভ উদ্বোধন কৰা হব। উক্ত শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিবলৈ সকলোকে অনুৰোধ জনালো। ধন্যবাদ....
Urgently need- A Positive (A+) Blood, At Barpeta Civil Hospital Kalgachia.
For a poor women
Contact: 9854198577 (Nazrul)
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 9am - 5pm |
| Sunday | 9am - 5pm |