BJYM Chirang District

Directions Website Contact the organization

BJYM Chirang District Official page of Bharatiya Janata Yuva Morcha, Chirang District (Youth Wing of BJP Chirang District).

08/10/2026

Team BJYM Chirang preparing for Seva Jyoti Yatra…….

07/10/2026

গুৱাহাটী বিমানবন্দৰত স্বৰ্ণকন্যা লাভলীনা বৰগোহাঁইক বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ দলীয় নেতৃবৃন্দই দিলে উষ্ম তথা গৌৰৱোজ্জ্বল আদৰণি ও অভিনন্দন।

BJYM Assam
BJYM Assam State President
Rakesh Das
Dilip Saikia
Kamal Das

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নৱীন ডাঙৰীয়াই বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী হিচাপে দায়িত্ব ...
23/09/2026

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নৱীন ডাঙৰীয়াই বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী হিচাপে দায়িত্ব অৰ্পণ কৰা দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত মংগল পাণ্ডে ডাঙৰীয়া, সহ প্ৰভাৰী হিচাপে দায়িত্ব অৰ্পণ কৰা শ্ৰীমতী ফাংনন কন্যাক ডাঙৰীয়ানী আৰু শ্ৰীযুত মনোজ টিগ্গা ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পূণ্যভূমি অসমলৈ আদৰণি জনাইছোঁ।

Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Chirang District
Kamal Das
Satyajeet Das

পৱিত্ৰ আৱিৰ্ভাৱ তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ শতকোটি প্ৰণিপাত 🙏🪔অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহ...
21/09/2026

পৱিত্ৰ আৱিৰ্ভাৱ তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ শতকোটি প্ৰণিপাত 🙏🪔

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ।

গুৰুজনাৰ অমৰ সৃষ্টি, একশৰণ নামধৰ্মৰ মহান আদৰ্শ, মানৱতা, ভাতৃত্ববোধ আৰু সামাজিক সমতাৰ বাণীয়ে যুগে যুগে অসমীয়া সমাজক আলোকিত কৰি আহিছে।

এই পৱিত্ৰ দিনটোত গুৰুজনাৰ মহান আদৰ্শ হৃদয়ত ধাৰণ কৰি এখন সুস্থ, সুন্দৰ আৰু ঐক্যবদ্ধ সমাজ গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ।

জয় গুৰু শংকৰ! 🙏

— ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলা

#শ্ৰীমন্তশংকৰদেৱ #আৱিৰ্ভাৱতিথি #জয়গুৰুশংকৰ

BJP Assam Pradesh
BJYM Assam
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Kamal Das
Satyajeet Das
Anup Barman
Ratan Chandra Roy
Ranjan Das
Dhwrwm Sing Basumatary

আজি ঈশ্বৰ পুত্ৰ তথা হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱৰ স্মৃতি দিৱস উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলা...
19/09/2026

আজি ঈশ্বৰ পুত্ৰ তথা হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱৰ স্মৃতি দিৱস উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলা সমিতিৰ উদ্যোগত বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত এখন সেৱামূলক ৰক্তদান শিবিৰ আয়োজন কৰা হয়।

উক্ত কাৰ্যসূচীত জিলাৰ অভিভাৱক সমিতিৰ সভাপতি শ্ৰীযুত ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়াৰ সহিত সকলো বিষয়ববীয়া, ২০ নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অৰূপ কুমাৰ দে ডাঙৰীয়া, সকলো মৰ্চাৰ বিষয়ববীয়া তথা সকলোবোৰ মন্ডল সভাপতিৰ লগতে মন্ডলৰ প্ৰতিজন বিষয়ববীয়াসকল, লগতে সকলো কাৰ্যকৰ্তাই এই মহান মানৱীয় সেৱামূলক কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰক্তদান কৰে।

আমি সকলোৱে মিলি এটোপাল ৰক্তদানৰ জৰিয়তে এটি জীৱন ৰক্ষাৰ মহান প্ৰয়াসৰ অংশীদাৰ হওঁ।

Bharatiya Janata Party (BJP)
BJYM Assam
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Arup Kumar Dey
Anup Barman
Dhwrwm Sing Basumatary
Ranjan Das
BJYM Assam State President
AñubhAb

ৰক্তদান—মহান দান, জীৱন ৰক্ষাৰ মহান সেৱা। 🩸 🙏 আজি অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱৰ স্মৃতি দিৱস উপলক্ষে ...
19/09/2026

ৰক্তদান—মহান দান, জীৱন ৰক্ষাৰ মহান সেৱা। 🩸 🙏

আজি অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱৰ স্মৃতি দিৱস উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে।

এই মহান সেৱামূলক কাৰ্যসূচীৰ অংশ হিচাপে চিৰাং জিলাৰ বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে আজি জিলাৰ অভিভাৱক সমিতি, সকলো মৰ্চাৰ বিষয়ববীয়া তথা প্ৰতিজন কাৰ্যকৰ্তাক এই মহান মানৱীয় সেৱামূলক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰক্তদান কৰাৰ লগতে অনুষ্ঠানটি সফল কৰি তুলিবলৈ আন্তৰিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালোঁ।
আহক, আমি সকলোৱে মিলি এটোপাল ৰক্তদানৰ জৰিয়তে এটি জীৱন ৰক্ষাৰ মহান প্ৰয়াসত অংশীদাৰ হওঁ। 🩸❤️
📅 তাৰিখ: ১৯ ছেপ্টেম্বৰ, ২০২৬ #আজি
⏰ সময়: পুৱা ৯ বজাৰ পৰা
📍 স্থান: বিজনী মহকুমা অসামৰিক চিকিৎসালয়

কমল চন্দ্ৰ দাস
সভাপতি
ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলা

সত্যজিৎ দাস
সাধাৰণ সম্পাদক
ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলা

18/09/2026

অহাকালি আমাৰ প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলাৰ উদ্যোগত আয়োজন কৰা হৈছে এক ৰক্তদান শিবিৰ।

🩸 ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক 🩸

📅 Date: 19th September, 2026
⏰ Time: From 10:00 AM onwards
📍 Venue: Bijni Sub-Divisional Civil Hospital

জুবিন দাৰ স্মৃতিক সন্মান জনাই মানৱ সেৱাৰ এই মহান পদক্ষেপত আপোনাৰো অংশগ্ৰহণৰ আহ্বান জনালোঁ। আপোনাৰ এটোপাল তেজে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে। ❤️

👉 তলত দিয়া Linkটোৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব
https://docs.google.com/forms/d/12BcHqRd0ydp8YHvExjgmwoUWgAEaMm7eSH3_dfw8qj8/edit

আহক, জুবিন দাৰ স্মৃতিত ৰক্তদানৰ দৰে মহান সেৱাৰ অংশীদাৰ হওঁ।

সেৱা • শ্ৰদ্ধাঞ্জলি • সংকল্প ❤️


BJP Assam PradeshBJYM AssamBJP Chirang DistrictHimanta Biswa SarmaDilip SaikiaRakesh DasBJYM Assam State PresidentRanjan DasBharatiya Janata Party (BJP)

🪔   🪔 On the auspicious occasion of the 76th Birthday of Hon’ble Prime Minister Shri Narendra Modi Ji and to commemorate...
17/09/2026

🪔 🪔 On the auspicious occasion of the 76th Birthday of Hon’ble Prime Minister Shri Narendra Modi Ji and to commemorate his 25 years of public service as Chief Minister of Gujarat and Prime Minister of India, BJP Chirang organised the programme at Bijni Laxmi Mandir.

BJYM Chirang District President Kamal Das along with fellow karyakartas, attended the programme and offered prayers at the temple, seeking divine blessings for the long life, good health and continued strength of our Hon’ble Prime Minister.

May Maa Lakshmi bless Modi Ji with strength and wisdom to continue serving the nation and working towards a Viksit Bharat. 🇮🇳

17/09/2026

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, জনপ্ৰিয় নেতা শ্ৰদ্ধেয় শ্ৰী নৰেন্দ্ৰ মোদী জীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

তেখেতৰ দূৰদৰ্শী নেতৃত্ব, দৃঢ় সংকল্প আৰু দেশসেৱাৰ প্ৰতি সমৰ্পণে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ দিশত দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে।

ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ—তেখেতক সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু শক্তি প্ৰদান কৰক, যাতে তেখেতে দেশৰ সেৱাত আৰু অধিক নিষ্ঠাৰে আগবাঢ়ি যাব পাৰে।

ভাৰত মাতা কী জয়! 🇮🇳

— টিকেন দে
উপ সভাপতি,
ভাৰতীয় জনতা যুৱ মৰ্চা, চিৰাং জিলা

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi জীৰ ৭৬ সংখ্যক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 🇮🇳দেশৰ সৰ্বাংগীন ...
17/09/2026

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi জীৰ ৭৬ সংখ্যক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 🇮🇳

দেশৰ সৰ্বাংগীন উন্নয়ন, জনসেৱা আৰু ‘Viksit Bharat’ৰ সংকল্পক সাৰোগত কৰি এক শক্তিশালী, আত্মনিৰ্ভৰ আৰু নতুন ভাৰত গঢ়াৰ দিশত নিৰন্তৰ নেতৃত্ব প্ৰদান কৰি অহা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

তেখেতৰ দৃঢ় সংকল্প, অক্লান্ত পৰিশ্ৰম আৰু দেশসেৱাৰ প্ৰেৰণাই কোটি কোটি ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে। তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু শক্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

মোদী জীৰ নেতৃত্বত এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক। 🇮🇳

🎂 Happy 76th Birthday, Hon’ble Prime Minister Shri Narendra Modi Ji!

Narendra Modi | BJP Assam Pradesh | BJYM Assam Pradesh



Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Chirang District

Address

Bijni Town, Chirang
Bijni
783390

Alerts

Be the first to know and let us send you an email when BJYM Chirang District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Chirang District:

Shortcuts

Share