BG podcast

Directions

BG podcast Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BG podcast, Social service, Gossaigaon, Bijni.

16/06/2026

মন দি শুনক।
নতুন প্ৰজন্মক লৈ কি কলে বিজনীৰ যুৱ নেতা জনে।
আমি আচলতে কি কৰিব লাগে...

01/05/2026

Biddaghar coaching institution,Bijni ৰ চমকপ্ৰদ ফলাফল।

📌বিজ্ঞান মাধ্যমত বিজনীৰ ভিতৰতে গৌৰৱ কঢ়িয়াই আনিছে স্বপ্না সৰকাৰ
📌ৰাজ্যৰ ভিতৰতে health care বিষয়ত ৯৯ নম্বৰ পাই শীর্ষ স্থান দখল কৰিছে স্বপ্না সৰকাৰ
📌বান্ধৱ উচ্চতৰ মাধ্যমিক পৰা 85.6 শতাংশ পাই উত্তীর্ণ হৈছে ছাত্ৰী গৰাকীয়ে

17/04/2026

Courtesy..News Ne

08/04/2026

নিজ দলৰ মানুহৰ মুখতেই শুনক নুৰুল ইসলাম কিমান যোগ্য নেতা।

07/04/2026

📌দিনক দিনে ৰেজাউল কৰিম সৰকাৰৰ প্ৰতি মানুহৰ মৰম বাঢ়ি আছে
📌পাৰিবনে নুৰুল ইসলাম ডাঙৰীয়াই ৰেজাউল কৰিম সৰকাৰৰ দৰে মৰম বুটলিবলৈ ?

02/04/2026

এজেপি আৰু কংগ্ৰেছে আমাক উপহাৰ দিয়া D ভোটত ধৰাশায়ী হোৱা এজনী দুৰ্ভগীয়া মহিলাৰ কাষত Rejaul Karim Sarkar ..

02/04/2026

বৰষুণত তিতিবুৰি মানুহৰ মৰম বুটলিছে আমছুৰ প্রাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰ।

31/03/2026

AIUDF ৰ নিৰ্বাচনী সভাত জন সমাগম
দিনক দিনে বৃদ্ধি পাই আছে জনপ্ৰিয়তা

30/03/2026

কংগ্ৰেছ দলে আটাইতকৈ বেছি দামত টিকট বিক্ৰী কৰা বুলি অভিযোগ থকা সমষ্টি হৈছে সৃজনগ্ৰাম বিধানসভা সমষ্টি।

সেইবাবেই দৃষ্টি আকৰ্ষণ কৰিছে সৃজনগ্ৰামত
- ৰেজাউল কৰিম সৰকাৰ

30/03/2026

Rejaul karim Sarkar ৰ সুন্দৰ মন্তব্য। শুনক জাতিৰ হকে আমি কি কৰিম

Address

Gossaigaon
Bijni
783390

Website

Alerts

Be the first to know and let us send you an email when BG podcast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category

Nearby government services