BJP Bilasipara District

Directions

BJP Bilasipara District Official Page of BJP Bilasipara District

সমূহ অসমবাসীলৈ শাৰদীয় নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱী দুৰ্গা গোসাঁনীয়ে সকলোকে কুশলে ৰাখক তাৰেই কামনা কৰিছোঁ।জয়...
11/10/2026

সমূহ অসমবাসীলৈ শাৰদীয় নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱী দুৰ্গা গোসাঁনীয়ে সকলোকে কুশলে ৰাখক তাৰেই কামনা কৰিছোঁ।

জয় মা দুৰ্গা🙏

11/10/2026
10/10/2026
আকৌ কংগ্ৰেছৰ খালি হাত ...দেশৰ তিনিখন ৰাজ্যৰ উপ-নিৰ্বাচনত ৰাইজে সমুলঞ্চে বৰ্জন কৰিলে কংগ্ৰেছক।
10/10/2026

আকৌ কংগ্ৰেছৰ খালি হাত ...

দেশৰ তিনিখন ৰাজ্যৰ উপ-নিৰ্বাচনত ৰাইজে সমুলঞ্চে বৰ্জন কৰিলে কংগ্ৰেছক।

ধন্যবাদ নগাঁওবাসী
10/10/2026

ধন্যবাদ নগাঁওবাসী

বিজেপি মিত্ৰজোঁটলৈ এই জনাদেশৰ বাবে নগাওঁবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা...

বিজেপিলৈ নগাঁওবাসীৰ অভূতপূৰ্ব জনাদেশ...    মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশত আৰু...
09/10/2026

বিজেপিলৈ নগাঁওবাসীৰ অভূতপূৰ্ব জনাদেশ...

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আৰম্ভ হোৱা উন্নয়ন আৰু বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা প্ৰদান কৰি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত নগাঁওবাসীয়ে বিজেপি মিত্ৰজোঁটক প্ৰদান কৰিলে অভূতপূৰ্ব জনাদেশ। আজি ঘোষিত ফলাফল অনুসৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়াই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় ।

এই জয় বিকাশ আৰু উন্নয়নৰ জয়; এই জয় কংগ্ৰেছ তথা বিৰোধীৰ অপপ্ৰচাৰ আৰু অহেতুক অৰাজকতা সৃষ্টিৰ প্ৰয়াসৰ বিৰুদ্ধে নগাঁৱৰ লক্ষ লক্ষ ভোটাৰ ৰাইজৰ বিবেক আৰু চিন্তাৰ জয় । বিজেপিৰ এই বিজয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'বিকশিত ভাৰত ২০৪৭'ৰ সংকল্পক প্ৰদান কৰিব এক নতুন শক্তি আৰু গতিময়তা ।
ধন্যবাদ নগাঁওবাসী ৰাইজ।

সেৱা সংকল্প অভিযানৰ অংশ স্বৰূপে আজি শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন আৰু চাপৰ প্ৰগতি সংঘ ভৱনত  সেৱা জ্যোতি অভিয...
09/10/2026

সেৱা সংকল্প অভিযানৰ অংশ স্বৰূপে আজি শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন আৰু চাপৰ প্ৰগতি সংঘ ভৱনত সেৱা জ্যোতি অভিযান শিৱিৰ অনুষ্ঠিত হয়।
উক্ত কাৰ্যসূচীত সন্মানীয় জিলা সভাপতি শ্ৰীযুত দেৱজিৎ বৰকলিতা ডাঙৰীয়া, মাননীয় বিধায়ক শ্ৰী জীবেশ ৰায় ডাঙৰীয়া, বিজেপি আৰু অগপৰ কাৰ্যকৰ্তা সকলৰ লগতে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

09/10/2026

Address

Bilasipara Ward No. 7
Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when BJP Bilasipara District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share