BJYM Sootea Mandal

Directions

BJYM Sootea Mandal Sootea Mandal under Biswanath District

সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।তুলসীৰ তলে তলে বন্তিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰ...
18/10/2026

সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

তুলসীৰ তলে তলে বন্তিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু আশাৰ নতুন ৰেঙণি।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী তথা ‘মিছাইল মেন’ খ্যাত ড° এ.পি.জে আব্দুল কালাম ডাঙৰীয়াৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ...
15/10/2026

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী তথা ‘মিছাইল মেন’ খ্যাত ড° এ.পি.জে আব্দুল কালাম ডাঙৰীয়াৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

ভাৰতীয় জনতা যুৱ মৰ্চা, চতিয়া মণ্ডলৰ সাধাৰণ সম্পাদক চন্দন শইকীয়া ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐...
13/10/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, চতিয়া মণ্ডলৰ সাধাৰণ সম্পাদক চন্দন শইকীয়া ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐🎂🎉

নগাঁও লোকসভা সমষ্টিবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেবাশীষ শৰ্মা ডাঙৰীয়াক বৃহৎ সংখ্যক ভোটদানেৰে...
09/10/2026

নগাঁও লোকসভা সমষ্টিবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেবাশীষ শৰ্মা ডাঙৰীয়াক বৃহৎ সংখ্যক ভোটদানেৰে জয়ী কৰোৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

BJYM Biswanath District
BJP Assam Pradesh

দেশৰ আকাশসীমা সুৰক্ষিত কৰি ৰখা ভাৰতীয় বায়ুসেনাৰ বীৰ জোৱানসকললৈ ভাৰতীয় বায়ুসেনা দিৱসৰ আন্তৰিক শুভেচ্ছা  জ্ঞাপন কৰিলোঁ...
08/10/2026

দেশৰ আকাশসীমা সুৰক্ষিত কৰি ৰখা ভাৰতীয় বায়ুসেনাৰ বীৰ জোৱানসকললৈ ভাৰতীয় বায়ুসেনা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Indian Air Force

বলিষ্ঠ কণ্ঠ আৰু দুৰ্দান্ত অভিনয়েৰে অগণন চলচ্চিত্ৰপ্ৰেমীৰ হৃদয় জয় কৰা মহান অভিনেতা নানা পাটেকাৰ ডাঙৰীয়াৰ বিয়োগত গভীৰ...
08/10/2026

বলিষ্ঠ কণ্ঠ আৰু দুৰ্দান্ত অভিনয়েৰে অগণন চলচ্চিত্ৰপ্ৰেমীৰ হৃদয় জয় কৰা মহান অভিনেতা নানা পাটেকাৰ ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিলোঁ।

Nana Patekar - नाना पाटेकर

02/10/2026

🇮🇳 ভাৰত আপোনাক লৈ গৌৰৱান্বিত, কেপ্টেইন স্মিত!

আপোনাৰ সাহস, কৰ্তব্যনিষ্ঠা আৰু দেশপ্ৰেমে সমগ্ৰ দেশবাসীৰ হৃদয় গৌৰৱেৰে ভৰাই তোলে।

Address

Sootea
Biswanath Chariali
784175

Website

Alerts

Be the first to know and let us send you an email when BJYM Sootea Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share