Biswanath Administration

Call Directions Website Contact the organization

Biswanath Administration This is the Official Page of District
Administration, Biswanath

A preparatory meeting regarding the proposed visit of the Working Group for the stakeholder consultation workshop under ...
07/10/2026

A preparatory meeting regarding the proposed visit of the Working Group for the stakeholder consultation workshop under Basundhara 4.0 was held today on 7th September, 2026 at the Conference Hall of the office of the District Commissioner, Biswanath under the chairmanship of Smti Karabi Saikia Karan, ACS, District Commissioner, Biswanath. In the meeting Sri Ashim Borgohain, ACS, ADC, Biswanath, Sri Champak Deka, ACS, ADC, i/c CO Gohpur, Smti Sunam Das, CO, Biswanath, Smti Jahnabi Sonowal, ALRS, CO, Halem and other officials were also present.

07/10/2026
 #খেল_মহাৰণ ৩.০ -ৰ পঞ্জীয়ন :-অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰে আয়োজন কৰা 'খেল মহাৰণ ৩...
07/10/2026

#খেল_মহাৰণ ৩.০ -ৰ পঞ্জীয়ন :-
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰে আয়োজন কৰা 'খেল মহাৰণ ৩.০' -ৰ উদ্দেশ্য হ'ল তৃণমূল পৰ্যায়ত প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা আৰু ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা। এই উদ্দেশ্যৰে সমগ্ৰ ৰাজ্যজুৰি 'খেল মহাৰণ ৩.০'ৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা ২০২৭ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। ইয়াৰ অধীনত মুখ্যতঃ ৮ টা ক্ৰীড়া বিভাগ সামৰি লোৱা হৈছে:
​এথলেটিক্স (Athletics)
​যোগাসন (Yogasana)
​দবা (Chess)
​বক্সিং (Boxing)
​একুৱাথলন (Aquathlon)
​ফুটবল (Football)
​ভলীবল (Volleyball)
​সাঁতোৰ (Swimming)

#অনলাইন_পঞ্জীয়ন:
বিশ্বনাথ জিলাৰ সকলো যোগ্য ক্ৰীড়াবিদ, খেলুৱৈ আৰু ইচ্ছুক প্ৰতিযোগীসকলক অফিচিয়েল 'খেল মহাৰণ' প’ৰ্টেলৰ জৰিয়তে নিজৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে:- https://Khelmaharan.com/khel

প্ৰতিযোগীসকলক পঞ্জীয়ন কৰাৰ সময়ত নিজৰ ব্যক্তিগত তথ্য, জিলা, স্থানীয় এলেকা আৰু ক্ৰীড়া বিভাগ শুদ্ধভাৱে উল্লেখ কৰিবলৈ পৰামৰ্শ দিয়া হ’ল।

সবিশেষ তথ্যৰ বাবে বিশ্বনাথ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।


CMO Assam
MyGov Assam
Directorate of Sports & Youth Welfare
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath

As part of the ongoing 7-Day ASD, Smti Karabi Saikia Karan, ACS, District Commissioner, Biswanath, along with Smti Amrit...
07/10/2026

As part of the ongoing 7-Day ASD, Smti Karabi Saikia Karan, ACS, District Commissioner, Biswanath, along with Smti Amrit Prabha Das, ACS, ADC, Biswanath, and Sri Prabhat Pegu, ACS, ADC i/c FPD&CA Branch, Biswanath, visited a Fair Price Shop (FPS) at Sootea, Biswanath, today. During the visit, the officials inspected the functioning of the FPS and reviewed the distribution of essential commodities to beneficiaries.

CMO Assam
Food, Public Distribution and Consumer Affairs Department
Janasanyog Biswanath

বিশ্বনাথ জিলাত আজি ০৭ অক্টোবৰ, ২০২৬ তাৰিখে পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মজুত স্থিতি  সম্পৰ্কে জনসাধাৰণৰ জ্ঞাতাৰ্থে সংলগ্ন...
07/10/2026

বিশ্বনাথ জিলাত আজি ০৭ অক্টোবৰ, ২০২৬ তাৰিখে পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মজুত স্থিতি সম্পৰ্কে জনসাধাৰণৰ জ্ঞাতাৰ্থে সংলগ্ন নথিত উল্লেখ কৰা হৈছে -

CMO Assam
Commissionerate of Food, Public Distribution, Consumer Affairs & LM, Assam
Janasanyog Biswanath

বিশ্বনাথ জিলাত আজি ০৭ অক্টোবৰ, ২০২৬ তাৰিখে অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত স্থিতি আৰু মূল্য সম্পৰ্কে জনসাধাৰণৰ জ্ঞাতাৰ্থে সং...
07/10/2026

বিশ্বনাথ জিলাত আজি ০৭ অক্টোবৰ, ২০২৬ তাৰিখে অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত স্থিতি আৰু মূল্য সম্পৰ্কে জনসাধাৰণৰ জ্ঞাতাৰ্থে সংলগ্ন নথিত উল্লেখ কৰা হৈছে -

CMO Assam
Commissionerate of Food, Public Distribution, Consumer Affairs & LM, Assam
Janasanyog Biswanath

 #সেৱা_সেতু_শিবিৰ #বিহালী_উন্নয়ন_খণ্ডবিশ্বনাথ জিলাত আজি ৬ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হয় ‘সেৱা সংকল্প অভিযান'ৰ তৃতীয়টো...
06/10/2026

#সেৱা_সেতু_শিবিৰ
#বিহালী_উন্নয়ন_খণ্ড
বিশ্বনাথ জিলাত আজি ৬ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হয় ‘সেৱা সংকল্প অভিযান'ৰ তৃতীয়টো শিবিৰ। 'সেৱা সংকল্প অভিযান'ৰ অধীনত 'সেৱা সেতু অভিযান'ৰ সৈতে সংগতি ৰাখি বিশ্বনাথ জিলা প্ৰশাসন উদ্যোগত আৰু বিহালী সম-জিলা প্ৰশাসনৰ সহযোগত আজি বৰগাংস্থিত ৰংগমঞ্চত অনুষ্ঠিত কৰা হয় জিলাখনৰ এই তৃতীয়টো শিবিৰ।

জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱাসমূহ ফলপ্ৰসূভাৱে প্ৰদান কৰা আৰু অভিযোগ নিষ্পত্তিৰ সুবিধা জনসাধাৰণে সহজে লাভ কৰিব পৰাকৈ বিহালী উন্নয়ন খণ্ডত আৰম্ভ কৰা জিলাখনৰ আজি তৃতীয় শিবিৰটোৰ শুভাৰম্ভণি অনুষ্ঠানত বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মুনিন্দ্ৰ দাস ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুতা সুনীতা তাঁতী, বিশ্বনাথৰ জিলা আয়ুক্ত শ্ৰীযুতা কৰৱী শইকীয়া কৰণ, অ.অ.সে. মহোদয়া, বিহালী সম-জিলা আয়ুক্ত শ্ৰীযুতা কবিতা কাকতি কোঁৱৰ, অ.অ.সে., অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুতা অমৃত প্ৰভা দাস, অ.অ.সে., হেলেমৰ চক্ৰ বিষয়া শ্ৰীযুতা জাহ্নৱী সোণোৱাল, অ.ভূ.ৰা.সে., বিশ্বনাথৰ চক্ৰ বিষয়া শ্ৰীযুতা সুনাম দাস, সহকাৰী আয়ুক্ত শ্ৰীযুতা পংখী হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বে, অগ্ৰণী জিলা প্ৰবন্ধক শ্ৰীযুত সন্দীপ দেৱনাথ, বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা দীনকান্তি দাস, বিহালী খণ্ড উন্নয়ন বিষয়া শ্ৰীযুতা ৰশ্মিৰেখা মহন্তৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

এই শিবিৰত স্বাস্থ্য, পৰিবেশ আৰু বন, বিদ্যুৎ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি, অৰুণোদয়, নগৰ উন্নয়ন, শিক্ষা, ৰাজহ আৰু বিত্ত বিভাগকে ধৰি বিভিন্ন বিভাগে মুঠ ২৪ টা সেৱা ৰাইজৰ মাজলৈ আগবঢ়ায়।

আজিৰ অনুষ্ঠানটিত গজমিত্ৰ সমিতিৰ বিষয়ববীয়াসকলক বিভিন্ন সহায়ক সামগ্ৰীও বিতৰণ কৰা হয়।

চৰকাৰী সেৱাসমূহ পোনপটীয়াকৈ ৰাইজৰ পদূলিলৈ লৈ যোৱাৰ এই প্ৰচেষ্টাত বিহালীৰ এই শিবিৰত বিপুল সংখ্যক জনসাধাৰণৰ উপস্থিতিয়ে সমগ্ৰ কাৰ্যসূচী সফল কৰি তোলে।

PMO India
Narendra Modi
CMO Assam
Ranoj Pegu
Munindra Das Bapti
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath

As part of the Sewa Sankalp Abhiyaan, District-Level Speech and Drawing Competitions were organised today, 6th October 2...
06/10/2026

As part of the Sewa Sankalp Abhiyaan, District-Level Speech and Drawing Competitions were organised today, 6th October 2026, at Biswanath College, Biswanath. The competitions witnessed participation from students who were selected through the LAC-level competitions held earlier.

CMO Assam
Janasanyog Biswanath

A Division-level meeting on the Human-Wildlife Conflict  Risk Reduction Plan was held today on 5th October 2026 at the C...
05/10/2026

A Division-level meeting on the Human-Wildlife Conflict Risk Reduction Plan was held today on 5th October 2026 at the Conference Hall of the District Commissioner, Biswanath. The meeting was attended by Hon’ble MP Shri Ranjit Dutta, Hon’ble MLAs Shri Padma Hazarika (Naduar LAC), Shri Pallab Lochan Das ( Biswanath LAC) Shri Utpal Bora (Gohpur LAC) and Shri Munindra Das (Behali LAC), Smti Karabi Saikia Karan, ACS, District Commissioner, Biswanath, Sri Asif Ahmed, APS, SSP, Biswanath, Sri Ashim Borgohain, ACS, ADC cm CEO, DDMA, representatives of WWF and officials of various line departments.

Sri Champak Deka, DFO, Sonitpur East Forest Division, presented a presentation on the Division-level HWC Risk Reduction Plan. The Hon’ble MP and MLAs provided valuable suggestions and inputs for effective mitigation of human-wildlife conflict. The meeting concluded successfully and the DFO, Sonitpur East Division will place the views and suggestions of the stakeholders before the Zonal-level authority for further necessary action.
CMO Assam
Jayanta Mallabaruah
Ranjit Dutta
Padma Hazarika
Pallab Lochan Das
Utpal Borah
Munindra Das Bapti
PCCF Wildlife Assam Forest Department
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath

A training programme on Trauma Care and Basic Life Support was organised today, 5th October 2026, at the new conference ...
05/10/2026

A training programme on Trauma Care and Basic Life Support was organised today, 5th October 2026, at the new conference hall of Biswanath Chariali SP Office, Biswanath Chariali, by GNRC Hospitals in association with Assam Police. The programme was attended by Smti Karabi Saikia Karan, ACS, District Commissioner, Biswanath, Sri Asif Ahmed, APS, SSP, Biswanath along with senior police officials and Dr Amrit saikia, Neurosurgeon (Gnrc Dispur), Dr Angshuman Mahanta, Incharge Accident & Emergency (Gnrc Sixmile), Sri Diljit Das, Swasthya Mitra project (Gnrc Ltd), Sri Susmita Neogi, Educator & BLS trainer(Gnrc sixmile), Sri Mamoni Baishya, PRO (Gnrc Ltd). The initiative highlighted the importance of timely intervention and basic life-support skills in saving lives during emergencies.
CMO Assam
Assam Police
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath
Biswanath Police

Address

Office Of The District Commissioner, Biswanath
Biswanath Chariali
784176

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+913715230071

Alerts

Be the first to know and let us send you an email when Biswanath Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Biswanath Administration:

Shortcuts

Share