20/10/2026
আন্তৰিক অভিনন্দন।।।
ভাৰতীয় জনতা যুৱ মৰ্চাৰ নৱ-নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক, মাননীয় শ্ৰী বিশ্বজিৎ খাউণ্ড ডাঙৰীয়াক ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ এই নতুন যাত্ৰা আৰু সাংগঠনিক দায়িত্ব ফলপ্ৰসূ তথা সফল হওক, তাৰেই কামনা কৰিলোঁ।
BJP Assam Pradesh
BJYM Assam
BJP Biswanath District