Bongaigaon District NSUI

Directions

Bongaigaon District NSUI Official page of National Students' union of India, Bongaigaon District Committee

27/07/2026

Pov...😭 👇🏻

আমি সদায় সোনম ৱাংচুক ডাঙৰীয়াৰ ন্যায়, স্বচ্ছতা আৰু জনমুখী শিক্ষাব্যৱস্থাৰ স্বাৰ্থত আগবঢ়োৱা গণতান্ত্ৰিক, শান্তিপূৰ্ণ আ...
19/07/2026

আমি সদায় সোনম ৱাংচুক ডাঙৰীয়াৰ ন্যায়, স্বচ্ছতা আৰু জনমুখী শিক্ষাব্যৱস্থাৰ স্বাৰ্থত আগবঢ়োৱা গণতান্ত্ৰিক, শান্তিপূৰ্ণ আন্দোলনৰ সৈতে অবিচলভাৱে সংহতি প্ৰকাশ কৰি আহিছোঁ আৰু আগলৈও কৰি যাম।

10/07/2026
বিজেপিৰ ছত্ৰছায়াত থাকি শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলে এনে অপৰাধীয়ে...
13/05/2026

বিজেপিৰ ছত্ৰছায়াত থাকি শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলে এনে অপৰাধীয়ে...

13/05/2026

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সৰৱ NSUI….

NSUI Assam
Vinod Jakhar
Kaushik Kashyap Kalita

আজি অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা NSUI ৰ সহযোগত ঐকান্তিক প্ৰচেষ্টাত, শ্ৰী Merajul Hoque  ডাঙৰীয়াৰ দক্ষ ন...
03/05/2026

আজি অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা NSUI ৰ সহযোগত ঐকান্তিক প্ৰচেষ্টাত, শ্ৰী Merajul Hoque ডাঙৰীয়াৰ দক্ষ নেতৃত্বত ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক এক গৌৰৱময় সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সন্মান জনোৱা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক শ্ৰী Nurul Islam ডাঙৰীয়া লগতে উপস্থিত থাকে জিলা কংগ্ৰেছ আৰু জিলা NSUI ৰ সন্মানীয় বিষয়ববীয়া সকল।

এইয়া ছাত্ৰ ছাত্ৰী সকলৰ অবিৰাম পৰিশ্ৰম, অধ্যৱসায় আৰু নিষ্ঠাৰ যথাযোগ্য স্বীকৃতি আগবঢ়োৱাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস।

সকলো কৃতকাৰ্য ছাত্ৰ-ছাত্ৰীলৈ অন্তৰিক অভিনন্দন আৰু শুভাশীষ জ্ঞাপন কৰিছো। আগন্তুক জীৱনত অধিক দীপ্তিময় সফলতাৰে আগবাঢ়ি,নিজৰ দক্ষতা আৰু সামৰ্থ্যৰে সমাজ আৰু দেশৰ উন্নয়ন যাত্ৰাত এক গৌৰৱময় অৱদান আগবঢ়োৱা এয়াই আমাৰ কাম্য।

NSUI Assam
Indian National Congress - Assam
Kaushik Kashyap Kalita

12/04/2026

আজি ভাৰতৰ এক জনপ্ৰিয় তথা কিংবদন্তি গায়িকা আশা ভোঁচলে দেহাৱসান ঘটিল। তেওঁৰ অমৰ কণ্ঠস্বৰ আৰু সংগীতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানে এটা অবিস্মৰণীয় উত্তৰাধিকাৰ ৰাখি গৈছে, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰেৰণা যোগাই যাব।

তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।

অহাকালি প্ৰত্যেক গৰাকী অসমীয়াৰ ভোট দাদাৰ হত্যাকাৰী সকলৰ বিৰুদ্ধে....
08/04/2026

অহাকালি প্ৰত্যেক গৰাকী অসমীয়াৰ ভোট দাদাৰ হত্যাকাৰী সকলৰ বিৰুদ্ধে....

Mr. Ikbal Hussain is hereby expelled from NSUI, Assam with immediate effect for engaging in anti-party activities.
06/04/2026

Mr. Ikbal Hussain is hereby expelled from NSUI, Assam with immediate effect for engaging in anti-party activities.

ৰিণিকী ভূঞা শৰ্মাৰ চাৰিখন দেশৰ নাগৰিকত্ব আছে: ইজিপ্ত, UAE, এণ্টিগুৱা বাৰ্বুডা লগতে ভাৰত। তেওঁৰ আমেৰিকাৰ উইয়োমিং ৰাজ্যত আ...
05/04/2026

ৰিণিকী ভূঞা শৰ্মাৰ চাৰিখন দেশৰ নাগৰিকত্ব আছে: ইজিপ্ত, UAE, এণ্টিগুৱা বাৰ্বুডা লগতে ভাৰত। তেওঁৰ আমেৰিকাৰ উইয়োমিং ৰাজ্যত আৰু লগতে ডুবাইত বিলিয়ন ডলাৰৰ পৰ্বত সম সম্পত্তি আছে। পৰ্দা ফাচ;!

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Bongaigaon District NSUI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share