21/10/2026
এটি বিশেষ জাননী⚠️ ⚠️
দুৰ্গা পূজাৰ বিসৰ্জন উপলক্ষে আৰু ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, ২১ অক্টোবৰ, ২০২৬ তাৰিখে দিনৰ ১২ বজাৰ পৰা নিশা ১০ বজালৈ তলত উল্লেখ কৰা ফিডাৰকেইটাৰ বিদ্যুৎ যোগান বন্ধ ৰখা হ’ব।
বন্ধ থাকিবলগীয়া ফিডাৰসমূহ:
1. ১১ কে.ভি. নখৰাই
2. ১১ কে.ভি. ৰঙাগৰা
উক্ত সময়ছোৱাত গুইজান, ৰঙাগৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিদ্যুৎ যোগান উপলব্ধ নহ’ব।
ইয়াৰ ফলত ৰাইজৰ হ’বলগীয়া অসুবিধাৰ বাবে আমি দুঃখিত।