Saraighat Peace Foundation

Call Directions

Saraighat Peace Foundation 🟠Free Legal Aid🟢Women Empowerment🟡Old age care🟤Skill Development ⚫️Mobile Library 🟣Child Dev

15/08/2026
Teamwork + happiness ☺️☺️
12/08/2026

Teamwork + happiness ☺️☺️

আমি গুৱাহাটীৰ পৰা যোৱা ১৫ জনীয়া Team টোক শিমলুগুৰি, কেন্দুগুৰি, চন্টক, নেপালীখুটি, মাজগাওঁ, ভাটিয়াপাৰাকে ধৰি বিভিন্ন ঠা...
11/08/2026

আমি গুৱাহাটীৰ পৰা যোৱা ১৫ জনীয়া Team টোক শিমলুগুৰি, কেন্দুগুৰি, চন্টক, নেপালীখুটি, মাজগাওঁ, ভাটিয়াপাৰাকে ধৰি বিভিন্ন ঠাইৰ বানপীড়িতবাসীৰ একেবাৰে কাষ পাবলৈ সহায় কৰা ব‍্যক্তিকেইজন হৈছে নাজিৰাৰ চৈয়দ আহমেদ চাকিৰ, সত‍্যজিত বৰগোঁহাই আৰু হিতেশ গগৈ ডাঙৰীয়া । বানপানীৰ আৰাম্ভনিৰে পৰা বানাক্ৰান্তৰ কাষত ঠিয় দিয়া এই ব‍্যক্তিকেইগৰাকীলৈ আমাৰ অশেষ কৃতজ্ঞতা । তেওঁলোকৰ আন্তৰিকতা আৰু আপোনতাৰ ওচৰত আমি আজীৱন কৃতজ্ঞ ॥ আমাক তেওঁলোকৰ সৈতে সহযোগ কৰি দিয়া ব‍্যক্তিগৰাকী আমাৰ Team Member নাজিৰাৰ অতি মৰমৰ চাকিৰা ॥ আটাইলৈকে আমাৰ অজস্ৰ মৰম আৰু শুভকামনা ॥
Rituparna Barman Memorial Trust🥰

10/08/2026

যাৰ হাতত যেনেদৰে পাৰো পঠিয়াই আছো ! আজি
জয়সাগৰলৈ মৰমৰ টোপোলা

Address

Zoo Road , Jonali , � No 2 &
Changsari

Telephone

+919854542939

Website

Alerts

Be the first to know and let us send you an email when Saraighat Peace Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category