29/09/2026
Miss Nilima Khatun, an Anganwadi Worker under Bechimari ICDS Project, expressed her heartfelt gratitude to the Government of Assam and the Government of India for receiving ₹1,000 and a citation under the Angan Milan Sewa.
বেচিমাৰী ICDS প্ৰকল্পৰ অধীনস্থ অংগনৱাড়ী কৰ্মী মিছ নিলিমা খাতুনে অংগন মিলন সেৱাৰ অধীনত ₹১,০০০ আৰু এখন প্ৰশংসাপত্ৰ লাভ কৰি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।