Dergaon Municipality Board

Directions

Dergaon Municipality Board Dergaon is a small town and a municipality in the Golaghat district of Assam, India. Dergaon is very well connected by roadways to all the places of Assam.

Hemchandra Barua, the compiler of Hemkosh (the earliest Assamese-English dictionary) was from Dergaon. Dergaon is located at 26.7°N 93.97°E.[1] It has an average elevation of 82 metres (269 feet). The National Highway 37 passes through Dergaon. Baruah Bamun Gaon railway station is the closest railway station of Dergaon. The nearest airport is Rowriah Airport which is at Jorhat town. Dergaon is a Municipal Board city in district of Golaghat, Assam. The Dergaon city is divided into 10 wards for which elections are held every 5 years. The Dergaon Municipal Board has population of 20,059 of which 10,119 are males while 9,940 are females as per report released by Census India 2011. Current estimated population of Dergaon Municipal Board in 2023 is approximately 27,500. The schedule census of 2021 for Dergaon city is postponed due to covid. We believe new population census for Dergaon city will be conducted in 2023 and same will be updated once its done. The current data for Dergaon town are estimated only but all 2011 figures are accurate.

গান্ধী জয়ন্তী 🙏🙏
02/10/2026

গান্ধী জয়ন্তী 🙏🙏

বন্দে মাতৰম
15/08/2026

বন্দে মাতৰম

31/07/2026
দেৰগাঁও পৌৰসভাৰ পৰিয়ালত এখন অত্যাধুনিক বাহন (springkler) সংযোজন হয় ।
31/07/2026

দেৰগাঁও পৌৰসভাৰ পৰিয়ালত এখন অত্যাধুনিক বাহন (springkler) সংযোজন হয় ।

Closed water  drains were opened today in dergaon municipality area throughout the day..
20/07/2026

Closed water drains were opened today in dergaon municipality area throughout the day..

20/07/2026

দেৰগাঁও পৌৰসভাৰ এলেকাৰ বৰষুণৰ পানী ওলাই যাবৰ বাবে বন্ধ হৈ থকা নলাসমূহ মোকলাই দিয়াত পৌৰপতি, সদস্য সদস্যা , কাৰ্য্যবাহী বিষয়া আৰু শ্ৰমিকসকল নিশালৈকে চেষ্টা কৰি আছে, ইতিমধ্যে নগৰ অঞ্চলত জমা হৈ থকা পানীৰ পৰিমাণ বহুখিনি কমিছে।

আহক আমি সকলোৱে বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰোঁ। সুৰক্ষিত ভৱিষ্যতৰ বাবে প্রতি টোপাল পানী মূল্যবান।
16/07/2026

আহক আমি সকলোৱে বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰোঁ। সুৰক্ষিত ভৱিষ্যতৰ বাবে প্রতি টোপাল পানী মূল্যবান।

আজি দেৰগাঁও পৌৰসভাত প্ৰথম বাৰৰ বাবে দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ড: মৃদুল কুমাৰ দত্ত দেৱৰ উপস্থিতিত বোৰ্ড সভা অনুষ্...
30/06/2026

আজি দেৰগাঁও পৌৰসভাত প্ৰথম বাৰৰ বাবে দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ড: মৃদুল কুমাৰ দত্ত দেৱৰ উপস্থিতিত বোৰ্ড সভা অনুষ্ঠিত হয়। তেখেতৰ মাৰ্গদৰ্শনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়।

দেৰগাঁও ২ নং ৱাৰ্ডত এজন লোকৰ দেহত জাপানিজ এনকেফেলাইটিছ ধৰা পৰিছে। সেয়ে অঞ্চলটোত আজি মহনাশক ধোৱা দিয়া হয়। পুৰণি টায়াৰ...
25/06/2026

দেৰগাঁও ২ নং ৱাৰ্ডত এজন লোকৰ দেহত জাপানিজ এনকেফেলাইটিছ ধৰা পৰিছে। সেয়ে অঞ্চলটোত আজি মহনাশক ধোৱা দিয়া হয়। পুৰণি টায়াৰ, পৰিত্যক্ত বাচন আদিত যাতে পানী জমা নহয় তাৰ বাবে ৰাইজক সজাগ হবৰ বাবে জনোৱা হল।

আজি দেৰগাঁৱৰ পদপথৰ শাক পাচলি, মাছ মাংস আৰু ফলমূলৰ দোকান দেৰগাঁও সমজিলা আৰু দেৰগাঁও আৰক্ষীৰ সহযোগত দেৰগাঁও দৈনিক বজাৰ এলে...
22/06/2026

আজি দেৰগাঁৱৰ পদপথৰ শাক পাচলি, মাছ মাংস আৰু ফলমূলৰ দোকান দেৰগাঁও সমজিলা আৰু দেৰগাঁও আৰক্ষীৰ সহযোগত দেৰগাঁও দৈনিক বজাৰ এলেকালৈ স্থানান্তৰিত কৰা হয়।

Address

DERGAON TOWN, WARD NO. 7
Dergaon
785614

Website

Alerts

Be the first to know and let us send you an email when Dergaon Municipality Board posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share