25/07/2023
আজি ইংৰাজী 25/07/2023 তাৰিখে ডিমৌ নৱজ্যোতি টাউন ক্লাবৰ নেতৃত্বত আৰু ডিমৌ আঞ্চলিক TMPK, MMK ৰ পূৰ্ণ সহযোগত চলি থকা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত TMPK চিলাপথাৰ জিলা সমিতিৰ শিক্ষা সম্পাদক শ্ৰী কপিল দলে, স সম্পাদক শ্ৰী দীপেন মিলি, সাংগঠনিক সম্পাদক শ্ৰী অৰুন চুংক্ৰাং,মেডিয়া চেলৰ শ্ৰী মোহন পাংগিং আৰু হিতেশ দলে,ডিমৌ আঞ্চলিক TMPK ৰ সভাপতি শ্ৰী উপেন পাংগিং , ডিমৌ আঞ্চলিক MMK ৰ সভাপতি শ্ৰী লক্ষ্মীনাথ টায়ে, সম্পাদক শ্ৰী লক্ষী পাংগিং লগতে বিশিষ্ট শিক্ষক, সাংবাদিক শ্ৰীযুত বৃষ্টি পাংগিং উপস্থিত থাকি সামৰণি অনুষ্ঠানটো সাফল্য মণ্ডিত্ব কৰাৰ বাবে ডিমৌ নৱজ্যোতি টাউন ক্লাবৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই আজি ইংৰাজী 25/07/2023 তাৰিখে ডিমৌ নৱজ্যোতি টাউন ক্লাবৰ নেতৃত্বত আৰু ডিমৌ আঞ্চলিক TMPK, MMK ৰ পূৰ্ণ সহযোগত চলি থকা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত TMPK চিলাপথাৰ জিলা সমিতিৰ শিক্ষা সম্পাদক শ্ৰী কপিল দলে, স সম্পাদক শ্ৰী দীপেন মিলি, সাংগঠনিক সম্পাদক শ্ৰী অৰুন চুংক্ৰাং,মেডিয়া চেলৰ শ্ৰী মোহন পাংগিং আৰু হিতেশ দলে,ডিমৌ আঞ্চলিক TMPK ৰ সভাপতি শ্ৰী উপেন পাংগিং , ডিমৌ আঞ্চলিক MMK ৰ সভাপতি শ্ৰী লক্ষ্মীনাথ টায়ে, সম্পাদক শ্ৰী লক্ষী পাংগিং লগতে বিশিষ্ট শিক্ষক, সাংবাদিক শ্ৰীযুত বৃষ্টি পাংগিং উপস্থিত থাকি সামৰণি অনুষ্ঠানটো সাফল্য মণ্ডিত্ব কৰাৰ বাবে ডিমৌ নৱজ্যোতি টাউন ক্লাবৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ কাৰ্য্যসূচীত যি সকল মহান ব্যক্তিয়ে বিশেষ বাবে কন কন ছাত্ৰ ছাত্ৰী সকলৰ বাবে পুৱাৰ লঘু আহাৰৰ ব্যৱস্থা কৰি দিলে আৰু বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰিলে, সেই সকল মহান ব্যক্তিসকললৈ ডিমৌ নৱজ্যোতি টাউন ক্লাবৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনামূলীয়া পাঠদানৰ কাৰ্য্যসূচীত যি সকল মহান ব্যক্তিয়ে বিশেষ বাবে কন কন ছাত্ৰ ছাত্ৰী সকলৰ বাবে পুৱাৰ লঘু আহাৰৰ ব্যৱস্থা কৰি দিলে আৰু বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰিলে, সেই সকল মহান ব্যক্তিসকললৈ ডিমৌ নৱজ্যোতি টাউন ক্লাবৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।