Dhemaji Police

Call Directions Website Contact the organization

Dhemaji Police This page is created to serve as a platform for Police-Public Relations for quality enforcement of law & maintenance of public order and tranquility.

05/09/2026

The first person to put us on duty was a teacher.

When was your first time on Monitor Duty? Tell us in the comments. 👇

 #জনহিতজনসেৱাৰ্থে ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে আগষ্ট মাহত বিভিন্ন অঞ্চলৰ পৰা মুঠ ৪৯ (উনপঞ্চাশ ) টা হেৰোৱা মো...
03/09/2026

#জনহিতজনসেৱাৰ্থে
ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে আগষ্ট মাহত বিভিন্ন অঞ্চলৰ পৰা মুঠ ৪৯ (উনপঞ্চাশ ) টা হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice

 #জনহিতজনসেৱাৰ্থে #আজি ইংৰাজী ৩১.০৮.২০২৬ তাৰিখে ধেমাজি আৰক্ষী অধীক্ষক মহোদয়ৰ কাৰ্যালয়ত সমুহ বিষয়া- কৰ্মচাৰীৰ উপস্থিতিত আ...
31/08/2026

#জনহিতজনসেৱাৰ্থে #
আজি ইংৰাজী ৩১.০৮.২০২৬ তাৰিখে ধেমাজি আৰক্ষী অধীক্ষক মহোদয়ৰ কাৰ্যালয়ত সমুহ বিষয়া- কৰ্মচাৰীৰ উপস্থিতিত আগষ্ট মাহৰ আৰক্ষী সন্মিলন অনুষ্ঠিত কৰা হয়। উক্ত সভাতেই ধেমাজি আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰা উপ পৰিদৰ্শক বাপুৰাম শইকীয়া আৰু নায়ক দিগন্ত কাৰ্দং দেৱক সম্বৰ্ধনা জনোৱাৰ লগতে ধেমাজি আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
CMO Assam
Assam Police
DGPAssamPolice

 #জনহিতজনসেৱাৰ্থে | সচেতনতা অনুষ্ঠান 🚨​যোৱা ইংৰাজী ২৯/০৮/২০২০২৬ তাৰিখে ধেমাজি জিলা আৰক্ষীৰ উদ্যোগত ধেমাজি জিলাৰ সকলো আৰক...
30/08/2026

#জনহিতজনসেৱাৰ্থে | সচেতনতা অনুষ্ঠান 🚨
​যোৱা ইংৰাজী ২৯/০৮/২০২০২৬ তাৰিখে ধেমাজি জিলা আৰক্ষীৰ উদ্যোগত ধেমাজি জিলাৰ সকলো আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত বাল্য বিবাহ প্ৰতিৰোধ, মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ আৰু মহিলাৰ সুৰক্ষা সন্দৰ্ভত এক বিস্তৃত সজাগতা সভাৰ আয়োজন কৰা হয়।
​সমাজৰ পৰা বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি দূৰ কৰাৰ লগতে মহিলাসকলৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। উক্ত সভাসমূহত স্থানীয় ৰাইজ, মহিলা সংগঠন আৰু যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰি আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনায়।
​আহক, আমি সকলোৱে মিলি এক সুৰক্ষিত আৰু সচেতন সমাজ গঢ়ি তুলোঁ।
CMO Assam
Assam Police
DGPAssamPolice

 #জনহিতজনসেৱাৰ্থেCMO Assam Assam Police DGPAssamPolice
29/08/2026

#জনহিতজনসেৱাৰ্থে
CMO Assam
Assam Police
DGPAssamPolice

 #জনহিতজনসেৱাৰ্থেধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইং ২১.০৮.২০২৬ তাৰিখে ধেমাজি সদৰ থানাৰ আৰ...
21/08/2026

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইং ২১.০৮.২০২৬ তাৰিখে ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই তিনিজন ব্যক্তিক আটক কৰা লগতে ৫.৭১ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন, এখন চুজুকি নেক্সা বাহন (AS01GN3539) এটা গুলী, নগদ ধন আৰু বিভিন্ন ধৰনৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice

 #জনহিতজনসেৱাৰ্থেধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইংৰাজী  ২০.০৮.২০২৬ তাৰিখে জোনাই থানাৰ ...
21/08/2026

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইংৰাজী
২০.০৮.২০২৬ তাৰিখে জোনাই থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ০৩.৬১ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice

 #জনহিতজনসেৱাৰ্থেধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ২০.০৮.২০২৬ তাৰিখে চিলাপথাৰ থানাৰ আৰ...
21/08/2026

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ২০.০৮.২০২৬ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ০.৭৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice

19/08/2026

ফ্ৰী'ট্ৰায়েল' নাই। সহজে বাতিল কৰাৰ সুযোগ নাই।

কোনো গ্ৰাহক সহায়তাও নাই।

কেৱল পৰিণতি আছে।



Address

O/o Sr. Superintendent Of Police
Dhemaji
787057

Alerts

Be the first to know and let us send you an email when Dhemaji Police posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dhemaji Police:

Shortcuts

Share