Dhubri Municipal Board Estd 1st April 1883

Directions

Dhubri Municipal Board Estd 1st April 1883 To Work For The Welfare Of Dhubri Town

Remembered our Safaimitras who left us during last few months at Dhubri Municipal Board Office auditorium hall today and...
12/10/2026

Remembered our Safaimitras who left us during last few months at Dhubri Municipal Board Office auditorium hall today and others.

08/10/2026

📢 জৰুৰী জাননী 📢

ধুবুৰীৰ সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, যিসকল নাগৰিকে তলত উল্লেখ কৰা সমস্যাসমূহৰ সন্মুখীন হৈছে, তেওঁলোকক আজি ধুবুৰী পৌৰসভাৰ কাৰ্যালয়লৈ আহিবলৈ আন্তৰিকভাৱে আহ্বান জনোৱা হৈছে।

✅ অৰুনোদয় আঁচনিৰ ধন লাভ নকৰা বা আন আন সমস্যাসমূহ
✅ বিভিন্ন ধৰণৰ পেঞ্চন সম্পৰ্কীয় সমস্যা
✅ ৰেচন কাৰ্ড সম্পৰ্কীয় সমস্যা
✅ মাটিৰ কাগজ-পত্ৰ আৰু ভূমি সম্পৰ্কীয় সমস্যা
✅ বিশেষভাৱে সক্ষম ব্যক্তিৰ সমস্যা
✅ কৰ্কট ৰোগ, থেলাছেমিয়া, হিমোফিলিয়া, অটিজিম, কুষ্ঠ ৰোগ, চেৰিব্ৰেল পালছি আদি ৰোগত আক্ৰান্ত ব্যক্তিৰ সমস্যা
✅ বেংক আৰু DBT সম্পৰ্কীয় সমস্যাসমূহ

উল্লেখিত সমস্যাসমূহৰ সমাধানৰ বাবে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকিব। হিতাধিকাৰীসকলৰ বেংক সম্পৰ্কীয় সমস্যাৰ বাবে LDM (Lead District Manager)-ও উপস্থিত থাকিব।

📅 তাৰিখ: আজি, ৮ অক্টোবৰ ২০২৬, বৃহস্পতিবাৰ
⏰ সময়: পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ
📍 স্থান: ধুবুৰী পৌৰসভাৰ প্ৰেক্ষাগৃহ (Municipal Board Auditorium Hall)

সেয়েহে, ওপৰোক্ত সমস্যাসমূহ থকা সকলো নাগৰিকক নিজৰ প্ৰয়োজনীয় নথি-পত্ৰ লগত লৈ উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল।

আপোনালোকৰ সমস্যা সমাধানৰ বাবে এই সুযোগ গ্ৰহণ কৰক।

🙏 ধন্যবাদ 🙏

A review of the Mechanized Immersion Ghat preparedness at Pratima Niranjan Ghat Dhubri today.  Hope we can. Blessings Re...
06/10/2026

A review of the Mechanized Immersion Ghat preparedness at Pratima Niranjan Ghat Dhubri today. Hope we can. Blessings Required

Health Checkup Camp organized by Dhubri Municipal Board today at Auditorium hall. Around 15 medical officers rendered th...
04/10/2026

Health Checkup Camp organized by Dhubri Municipal Board today at Auditorium hall. Around 15 medical officers rendered their services with many Health staffs. Large numbers of people attended.

Developmental works at Dhubri Municipal Bus Terminus is going on. Discussed and addressed some genuine issues pertaining...
29/09/2026

Developmental works at Dhubri Municipal Bus Terminus is going on. Discussed and addressed some genuine issues pertaining to it's Upgradation today at Bus terminus itself.

Hon'ble Minister Aswini Ray Sarkar visited today the BSF (WW) Campus at Ward No 03 Dhubri together with Ongoing Bir Lach...
01/09/2026

Hon'ble Minister Aswini Ray Sarkar visited today the BSF (WW) Campus at Ward No 03 Dhubri together with Ongoing Bir Lachit Barphukan Uddyan at an adjacent river Brahmaputra side and took stock of the works.
The river Brahmaputra Erosion affected areas are a great cause of concern. River banks protection works are the need of the hour.
Blessings Required

জনসাধাৰণৰ জ্ঞাতাৰ্থে গুৰুত্বপূৰ্ণ অনুৰোধধুবুৰীৰ সকলো দোকানদাৰ আৰু ব্যৱসায়ীৰ প্ৰতি ধুবুৰী পৌৰসভাৰ বিনম্ৰ অনুৰোধ— আপোনালো...
31/08/2026

জনসাধাৰণৰ জ্ঞাতাৰ্থে গুৰুত্বপূৰ্ণ অনুৰোধ

ধুবুৰীৰ সকলো দোকানদাৰ আৰু ব্যৱসায়ীৰ প্ৰতি ধুবুৰী পৌৰসভাৰ বিনম্ৰ অনুৰোধ— আপোনালোকে নিজৰ দোকান/ব্যৱসায়িক প্ৰতিষ্ঠানৰ Trade Licence (ট্ৰেড লাইচেন্স) নিজে অনলাইনযোগে আবেদন কৰাৰ চেষ্টা কৰক। যদি নিজে আবেদন কৰাত অসুবিধা হয়, তেন্তে কোনো বিশ্বস্ত আৰু স্থাপিত CSC/সুবিধা কেন্দ্ৰৰ জৰিয়তে আবেদন কৰক।

লগতে সকলো ব্যৱসায়ীক বিশেষভাৱে অনুৰোধ কৰা হৈছে যে—

1. Trade Licence-ৰ চৰকাৰী মাচুল (Fees) নিজৰ UPI/Banking মাধ্যমৰ জৰিয়তে নিজে পৰিশোধ কৰক।

2. কোনো CSC বা আন ব্যক্তিৰ সহায় ল’লে, নিজৰ উপস্থিতিত নিজে Payment সম্পন্ন কৰক।

3. কোনো QR Code Scan কৰি Payment কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক যে আপোনাৰ ধন Directorate of Municipal Administration (DMA), Government of Assam-ৰ অনুমোদিত একাউণ্টলৈহে গৈ আছে।

4. কোনো অচিনাকি ব্যক্তি বা ব্যক্তিগত UPI ID/Bank Account-লৈ Trade Licence-ৰ চৰকাৰী মাচুল পৰিশোধ নকৰিব।

5. Payment কৰাৰ পিছত Payment Receipt আৰু Transaction ID সংগ্ৰহ কৰি সুৰক্ষিতভাৱে ৰাখক।

6. Trade Licence লাভ কৰাৰ পিছত যদি Licence-টোৰ বৈধতা বা কোনো তথ্যৰ সন্দৰ্ভত সন্দেহ থাকে, তেন্তে ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ত যোগাযোগ কৰি Licence-টো পৰীক্ষা/Verification কৰাই ল’ব পাৰে।

7. কোনো ধৰণৰ প্ৰৱঞ্চনা, ভুল Payment বা অননুমোদিত ধন সংগ্ৰহৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ সজাগ আৰু সাৱধান হওক।

আপোনাৰ সজাগতাই আপোনাৰ ব্যৱসায় আৰু আপোনাৰ ধনৰ সুৰক্ষা নিশ্চিত কৰিব।

— ধুবুৰী পৌৰসভা

Drainage reconstruction work started today at Ward no 13 Santinagar area near District TB Hospital..No Water logging thi...
23/08/2026

Drainage reconstruction work started today at Ward no 13 Santinagar area near District TB Hospital..
No Water logging this year. Thanks God.
Hon'ble Chief Minister Dr Himanta Biswa Sarma Sir, Hon'ble Guardian Minister Ashok Singhal Sir, Hon'ble Minister DoHUA Kaushik Rai Sir.

Dhubri Municipal Board Lost a Good Member Will always be remembered.Om Shanti 🙏
22/08/2026

Dhubri Municipal Board
Lost a Good Member
Will always be remembered.
Om Shanti 🙏

Dhubri Municipal Board is pleased to share the information that in order to be Self Reliant it has Signed a MoU with Hin...
20/08/2026

Dhubri Municipal Board is pleased to share the information that in order to be Self Reliant it has Signed a MoU with Hindustan Petroleum Corporation Ltd. and a third party Petrol etc Merchant to open Two Numbers of Petrol Pumps ⛽️ in and around Dhubri Town to the service of the society. Hope we can do it early 🙏.
Blessings Required
Himanta Biswa Sarma
Dilip Saikia
Ashok Singhal
Kaushik Rai

Address

Dhubri

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Dhubri Municipal Board Estd 1st April 1883 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share