Sushil Tassa

Call Directions Contact the organization

Sushil Tassa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sushil Tassa, Social service, Dibrual Changmai Gaon, Dibrugarh.

29/09/2026
25/09/2026

"যি পৰিকল্পনাত সমাজৰ একেবাৰে অন্তিম শাৰীৰ ব্যক্তিজনৰ বিকাশ নঘটে, সেয়া প্ৰকৃত উন্নয়ন হ'ব নোৱাৰে।" -- পণ্ডিত দীনদয়াল উপাধ্যায়

আজিৰ পৱিত্ৰ জন্ম দিৱস উপলক্ষে প্ৰসিদ্ধ চিন্তাবিদ, অসামান্য সংগঠক তথা সংকল্পবদ্ধ ৰাজনৈতিক পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ স্মৃতিত সশ্রদ্ধ প্রণিপাত জনাইছোঁ। উপাধ্যায় ডাঙৰীয়াৰ সমগ্ৰ জীৱনটো আছিল "সৰ্বজন হিতায়, সৰ্বজন সুখায়" এই মহান নীতিৰ এক সজীৱ প্ৰতিফলন।

পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ অনুপম আদৰ্শ 'অন্ত্যোদয়া' আৰু 'একাত্ম মানৱতাবাদ'ৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই আজি ভাৰতীয় জনতা পাৰ্টিয়ে সমাজৰ অন্তিমজন ব্যক্তিলৈ চৰকাৰী আঁচনিৰ সুবিধা প্রদান কৰাৰ সংকল্প লৈছে। ভাৰতীয় ৰাজনীতিলৈ এই ক্ষণজন্মা পুৰুষগৰাকীয়ে আগবঢ়োৱা অমূল্য অৱদান আৰু ত্যাগক দেশবাসীয়ে সদায় গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি যাব।

23/09/2026

Address

Dibrual Changmai Gaon
Dibrugarh
786010

Telephone

+919854023585

Website

Alerts

Be the first to know and let us send you an email when Sushil Tassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sushil Tassa:

Shortcuts

Share

Category