01/11/2026
আমাৰ সোনোৱাল কছাৰী গৌৰৱ
শ্ৰীমতী শৰ্মিষ্ঠা সোণোৱাললৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
নিজৰ প্ৰতিভা, কৰ্মনিষ্ঠা আৰু অধ্যৱসায়েৰে তেখেতে নিজকে উজলাই তুলিব পৰাটো আমাৰ সকলোৰে বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয়। অনাগত দিনবোৰতো তেখেতে নিজৰ কৰ্ম আৰু সফলতাৰে জাতিৰ বাবে অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হওক, তাৰেই আন্তৰিক কামনা কৰিলোঁ।