18/07/2026
📢 ২০২৭ চনৰ জনগণনা – স্ব-গণনা (Self Enumeration)
আপোনাৰ সহযোগিতাই সফল জনগণনাৰ মূল ভিত্তি।
এতিয়া অনলাইন ব্যৱস্থাৰ জৰিয়তে নিজৰ আৰু পৰিয়ালৰ তথ্য নিজেই (Self Enumeration) সঠিকভাৱে পূৰণ কৰিব পাৰিব। সঠিক, সম্পূৰ্ণ আৰু সময়মতে তথ্য প্ৰদান কৰি ২০২৭ চনৰ জনগণনাক সফল কৰি তোলাত অংশগ্ৰহণ কৰক।
"আপোনাৰ সঠিক তথ্যই উন্নয়ন পৰিকল্পনাৰ সঠিক দিশ নিৰ্ধাৰণ কৰে।"
আহক, সকলোয়ে মিলি ২০২৭ চনৰ জনগণনা সফল কৰি তোলোঁ।
– ডুমডুমা পৌৰসভা (Doomdooma Municipal Board)
Tinsukia District Administration
DIPRO Tinsukia Janasanyog
Census India 2027