03/04/2023
যোৱা ২ তাৰিখে হৈ যোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও জিলাৰ জিলা সন্মিলনত উপস্থিত থকা সকলোলৈকে ধন্যবাদ থাকিল , লগতে আমাৰ সকলো কাৰ্যসূচী সুকলমে কৰি নিয়াত সহায় কৰা ABVP সকলো কাৰ্যকতা লৈ বহুত বহুত ধন্যবাদ থাকিল।
জয়তু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ 🙏❤️
12/01/2023
১৮৬৩ চনত কলকাতাৰ এক সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত জন্ম গ্ৰহণ কৰা নৰেন্দ্ৰনাথ দত্ত(স্বামী বিবেকানন্দ) ৰ ১৬১ তম জন্মবাৰ্ষিকীত তেখেতক বৰঙাবাৰী কেন্দ্ৰীয় শ্ৰীমন্ত পুথিভঁড়ালত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) মৰিগাঁও নগৰ শাখাৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছোঁ
10/01/2023
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৮ তম ৰাজ্যিক অধিৱেশনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও
# ABVP, Assam
# ABVP, Morigoan