26/09/2023
আগন্তুক 2023-2024 বৰ্ষৰ বেলতলা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্রার্থী। গতিকে বিবেকবান ভোটটিৰ লগতে সহায়-সহযোগিতা বিচাৰি আপোনালোকক জনালোঁ আমি নির্বাচনী অভিবাদন।
1. President : 𝙍𝙊𝙃𝘼𝙉 𝘽𝘼𝙍𝙈𝘼𝙉
2. General Secretary : 𝙎𝘼𝙉𝙆𝘼𝙍 𝙆𝘼𝙇𝙄𝙏𝘼
3. Assistant General Secretary : 𝙉𝙐𝙍 𝙄𝙎𝙇𝘼𝙈 𝘼𝙃𝙈𝙀𝘿
4. Games Secretary : 𝘽𝙄𝘽𝙀𝙆 𝘾𝙃𝙀𝙏𝙍𝙔
5. Cultural Secretary : 𝙐𝙅𝙅𝙒𝘼𝙇 𝘿𝘼𝙎
6. Social Service Secretary : 𝘼𝙇𝘼𝙆𝘼 𝘽𝙊𝙍𝙊
7. Editor Magazine : 𝙍𝙄𝙏𝙐𝙈𝙊𝙉𝙄 𝘿𝘼𝙎
8. Boy's Common Room Secretary : 𝘽𝙄𝙆𝘼𝙎𝙃 𝙏𝙐𝙈𝙐𝙉𝙂
9. Girl's Common Room Secretary : 𝙎𝙒𝙀𝙀𝙏𝙔 𝘿𝙀𝙆𝘼
জয়তু বেলতলা মহাবিদ্যালয় ❤
Support Us🙏
𝙑𝙤𝙩𝙚 𝙁𝙤𝙧 𝙀𝙢𝙥𝙤𝙬𝙚𝙧𝙢𝙚𝙣𝙩
𝙫𝙤𝙩𝙚 𝙁𝙤𝙧 𝙪𝙣𝙞𝙩𝙮
𝙑𝙤𝙩𝙚 𝙁𝙤𝙧 𝘾𝙝𝙖𝙣𝙜𝙚
Beltola College 1983
𝙏𝙝𝙖𝙣𝙠 𝙮𝙤𝙪 🙏
27/08/2023
শ্ৰদ্ধাৰ অৰ্চনা মহন্ত বাইদেউৰ শ্ৰুতিমধুৰ গীতবোৰে আমাৰ শৈশৱ, কৈশোৰৰ স্মৃতিৰে ভৰা ৰেডিঅ' যুগৰ কথা সোঁৱৰাই দিয়ে। বাইদেউৰ দৰদী কণ্ঠত প্ৰাণ পাই উঠা সেই গীতসমূহৰ মাদকতা আজিও একেদৰেই অটুট আছে। তেখেতৰ সান্নিধ্যই আমাক আপ্লুত আৰু উদ্বুদ্ধ কৰিছিল।
বহু কালজয়ী গীতেৰে সংগীতৰ পথাৰখন সাৰুৱা কৰি থৈ যোৱা বাইদেউক আজি স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
23/08/2023
‘চন্দ্ৰযান-৩’ৰ সফল অৱতৰণৰ লগে লগে দেশত সূচনা হ’ল নতুন ইতিহাস৷ এই অভিযানৰ সৈতে জড়িত ইছৰোৰ প্ৰতিগৰাকী মহান বিজ্ঞানীলৈ আমাৰ সহস্ৰ অভিনন্দন৷ এই সফলতাই দেশৰ বিজ্ঞানচৰ্চাক দিব নতুন মাত্ৰা৷
11/07/2023
Arya vidyapeeth college admission helpdesk ( 2023 - 2024 )
07/07/2023
দুৰন্ত প্ৰতিভাশালী অভিনেতা তেজপুৰ নিবাসী বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগে মৰ্মাহত কৰিছে ৷ অভিনয়ৰ মাজেৰে জীৱন উদ্যাপন কৰিব খোজা যুৱ অভিনেতাগৰাকীৰ মৃত্যু সংবাদ অসহনীয় ৷ প্ৰয়াত শইকীয়ালৈ অসম ছাত্ৰ পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শোক-সন্তপ্ত পৰিয়ালবৰ্গ আৰু তেওঁৰ গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷
|| ওম শান্তি ||