03/02/2026
Himanta Biswa Sarma ডাঙৰীয়াই “নতুন বৰ অসম”ৰ অৰ্থ বুজি পোৱা নাই, সেয়েহে তেখেতক আমি অলপ দিনৰ পূৰ্বে মুকলি কৰা “অসমীয়া মই বৰ অসমৰ” (https://youtu.be/CVRlqK1I7yg?si=fegyHupQP3g052f3) শীৰ্ষক গীতটি শুনিবলৈ আহ্বান জনালোঁ। হয়তো তেতিয়া তেওঁ ইয়াৰ অৰ্থ হৃদয়ংগম কৰিব পাৰিব।
অৱশ্যে তেওঁ বৰ অসমৰ অৰ্থ বুজি নোপোৱাত মই বিশেষ আচৰিত হোৱা নাই। কাৰণ, তেওঁ গৰু ছিণ্ডিকেট, কয়লা ছিণ্ডিকেট, অবৈধ ভূমি দখল আৰু লোক নিৰ্মাণ বিভাগত প্ৰকৃত মূল্যতকৈ অস্বাভাৱিক ভাবে বৃদ্ধি কৰি বিল প্ৰস্তুত কৰাত হে বেছি অভ্যস্ত।

01/02/2026