Relief & Rehabilitation Deptt APCC

Relief & Rehabilitation Deptt APCC

Share

Pranjit das Chairman Relief and rehabilitation deptt.APCC

03/02/2026

Himanta Biswa Sarma ডাঙৰীয়াই “নতুন বৰ অসম”ৰ অৰ্থ বুজি পোৱা নাই, সেয়েহে তেখেতক আমি অলপ দিনৰ পূৰ্বে মুকলি কৰা “অসমীয়া মই বৰ অসমৰ” (https://youtu.be/CVRlqK1I7yg?si=fegyHupQP3g052f3) শীৰ্ষক গীতটি শুনিবলৈ আহ্বান জনালোঁ। হয়তো তেতিয়া তেওঁ ইয়াৰ অৰ্থ হৃদয়ংগম কৰিব পাৰিব।

অৱশ্যে তেওঁ বৰ অসমৰ অৰ্থ বুজি নোপোৱাত মই বিশেষ আচৰিত হোৱা নাই। কাৰণ, তেওঁ গৰু ছিণ্ডিকেট, কয়লা ছিণ্ডিকেট, অবৈধ ভূমি দখল আৰু লোক নিৰ্মাণ বিভাগত প্ৰকৃত মূল্যতকৈ অস্বাভাৱিক ভাবে বৃদ্ধি কৰি বিল প্ৰস্তুত কৰাত হে বেছি অভ্যস্ত।

01/02/2026

#মানাহ #বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থী তালিকাত প্ৰানজিত দাস ।

২৬ ৰ বিধানসভা নিৰ্বাচনত মানাহ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব তালিকাত যুৱ শক্তি প্ৰানজিৎ দাস ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত যুৱ সকলক টিকটৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে ।

ইপিনে যুৱচাম সকলে কংগ্ৰেছৰ ভেটি শক্তিশালী কৰা পৰিলক্ষিত হৈছে




i












Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Rajiv Bhawan ABC Guwahati
Gauhati
78105