Assam Legislative Assembly

Directions Website Contact the organization

Assam Legislative Assembly Official page of The Assam Legislative Assembly, Dispur- 781005

The Assam Legislative Assembly is the unicameral legislature of the Indian state of Assam.

Ranjeet Kumar Dass is the current Speaker of the Assam Legislative Assembly.

07/10/2026

স্বৰ্ণজয়ী লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা



06/10/2026

বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণ: এটি আলোচনা


অন্ধ্ৰ প্ৰদেশ বিধান পৰিষদৰ "Committee on Papers Laid on the Table"ৰ  সভাপতি শ্ৰী পি বিক্ৰান্থ সমন্বিতে এটি প্ৰতিনিধি দলে...
06/10/2026

অন্ধ্ৰ প্ৰদেশ বিধান পৰিষদৰ "Committee on Papers Laid on the Table"ৰ সভাপতি শ্ৰী পি বিক্ৰান্থ সমন্বিতে এটি প্ৰতিনিধি দলে আজি অসম বিধানসভা ভৱন পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত প্ৰতিনিধি দলটোৱে অসম বিধানসভাৰ কৰ্ম-পদ্ধতিৰ বুজ লয় আৰু অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব শ্ৰী ইন্দ্ৰজিৎ মজুমদাৰৰ সৈতে মত বিনিময় কৰে।


05/10/2026

তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ

ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ স্হাপনত কেন্দ্ৰৰ অনুমোদন

ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ


04/10/2026

মৎস্য আৰু পশুধন খণ্ডত অসমৰ বিশেষ অগ্ৰগতি


03/10/2026

শোষণৰ বিৰুদ্ধে অধিকাৰ


03/10/2026

গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ অসামান্য প্ৰতিভা, মাটিৰ গোন্ধেৰে পৰিপূৰ্ণ গীত , অসমৰ লোকসংস্কৃতিৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু অমৰ সুৰে যুগ যুগ ধৰি অসমীয়া জাতিৰ লোকসংস্কৃতি আৰু সংগীতৰ ঐতিহ্যক সমৃদ্ধ কৰি ৰাখিব।


02/10/2026

স্বৰ্ণজয়ী লভলিনা বৰগোহাঁইলৈ অভিনন্দন।

জাপানত অনুষ্ঠিত এছিয়ান গেমছত মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত আজি অসম কন্যা লভলিনাই তেওৰ জন্মদিনটোতেই চীনৰ বাও জিইক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। লভলিনাক এই বৃহৎ জয়ৰ বাবে পুনৰবাৰ অভিনন্দন জনোৱাৰ লগতে আজি জন্ম দিনৰো শুভেচ্ছা জনাইছোঁ। লভলিনাৰ এই জয়যাত্ৰা অব্যাহত থাকক।


অসম বিধান সভা সচিবালয়ত আজি গান্ধী জয়ন্তীৰ বিশেষ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। বিধান সভা স...
02/10/2026

অসম বিধান সভা সচিবালয়ত আজি গান্ধী জয়ন্তীৰ বিশেষ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। বিধান সভা সচিবালয় চৌহদত আয়োজিত এক অনুষ্ঠানত অসম বিধান সভাৰ ভাৰপ্ৰাপ্ত সচিব শ্ৰী ইন্দ্ৰজিৎ মজুমদাৰ, অতিৰিক্ত সচিব শ্ৰী প্ৰদীপ সন্দিকৈ প্রমুখ্যে বিষয়া-কৰ্মচাৰী সকলে গান্ধীজীৰ প্ৰতিমূর্ত্তিত পুষ্পমাল্য অৰ্পণ কৰি জাতিৰ পিতাক শ্ৰদ্ধা জনায়।


ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন লাল বাহাদুৰ শাস্ত্ৰীদেৱক আজি জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। শ্ৰদ্ধাৰ শাস্ত...
02/10/2026

ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন লাল বাহাদুৰ শাস্ত্ৰীদেৱক আজি জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। শ্ৰদ্ধাৰ শাস্ত্ৰীদেৱৰ জীৱন আৰু আদৰ্শ চিৰকাল প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।


Address

Dispur
Gauhati
781005

Alerts

Be the first to know and let us send you an email when Assam Legislative Assembly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Legislative Assembly:

Shortcuts

Share