Bureau of Investigation-EO.BIEO.Assam

Bureau of Investigation-EO.BIEO.Assam

Share

Bieo is a state government organization formed in 1975 dealing with economic offences in the state.

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 30/05/2025

Hackathon on CCTV surveillance security and forensic hackathon 2.0 reg

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 30/04/2025

আজি শ্ৰীযুত মঞ্জুৰ আহমেদ উপ আৰক্ষী অধীক্ষক আৰু কৰ অধীক্ষক ,শ্ৰীযুত সত্যজিত ভূঞা দেৱৰ অবসৰ গ্ৰহণ কৰাৰ কিছুমান স্থিৰ চিত্ৰ। তেখেত সকললৈ অবসৰী জীৱন সুখৰ হোৱা কামনা কৰা হয়।

30/04/2025

সুপ্ৰভাত। আশা কৰোঁ আপোনালোকে তলত দিয়া জানিব লগীয়া বাৰ্তাটি পঢ়িব লগতে আনকো জানিবলৈ দিব। চেয়াৰ কৰিব পাৰে কিন্তু অনুগ্ৰহ কৰি কপি নকৰিব।

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 31/07/2024

আজি আৰক্ষী উপ পৰিদৰ্শক শ্ৰী দীপক টেৱাৰী দেৱে চাকৰি জীৱনৰ পৰা অবসৰ গ্ৰহণ কৰে। তেখেতৰ পৰবৰ্তী দীৰ্ঘ জীৱন তথা সুখেৰে পাৰ হোৱাৰ কামনা কৰা হয়, শ্ৰদ্ধাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত বীৰ বিক্ৰম গগৈ, শ্ৰীযুত অসীম স্বৰ্গীয়ৰী, শ্ৰীযুত ৰূপ কিশোৰ সন্দিকৈ তথা বি আই ই ও অফিচৰ সমূহ বিষয়া কৰ্মচাৰী সভাখনত উপস্থিত থাকে। কেইটামান স্থিৰ চিত্ৰ সংৰক্ষিত কৰা হল

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 28/07/2024

আজি দেশভক্তি দিবসটি অফিচত সুন্দৰকৈ পালন কৰা হ'ল।অনুষ্ঠানটো আঁত ধৰে শ্ৰী মঞ্জুৰ আহমেদ,এই পি এইচ ডাঙৰীয়াই।

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 13/04/2024

সকলোকে অসমীয়া নববৰ্ষৰ শুভ কামনা জনালোঁ।

02/03/2024

BIEO arrested one for banking fraud

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 26/01/2024

BIEO observed 75th Republic day.

৭৫তম গণতন্ত্ৰ দিবসটি বৰ সুন্দৰকৈ পালন কৰা হয়। পতাকা উত্তোলন কৰে সন্মানীয় শ্ৰীযুত পাৰ্থ সাৰথি মহন্ত,আই পি এচ, ডি আই জি চাৰে । এচ টি এফ আৰু বি আই ই ও ৱে যৌথ ভাৱে পতাকা উত্তোলন কাৰ্যসূচীত যোগদান কৰে। বি আই ই ওৰ অধীক্ষক শ্ৰীযুত হৃদয়জিত বৰ্মন, শ্ৰীযুত অসীম স্বৰ্গীয়াৰী, শ্ৰীযুত ৰূপ কিশোৰ সন্দিকৈ দেৱ তথা অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী যুতা ভনিতা নাথ,শ্ৰী প্ৰনব পেগু,শ্ৰী অনুৰাগ শৰ্মা তথা দুয়োটা বিভাগৰ ডি এছ পি আৰু সকলো অফিচাৰ তথা কৰ্মচাৰীৰ উপস্থিত আছিল।

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 25/01/2024

BIEO observed national voters day

Photos from Bureau of Investigation-EO.BIEO.Assam 's post 25/01/2024

BIEO arrested one Bank employee.

13/01/2024
Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Srimantapur, Ghy/32
Gauhati
781032