All Assam Cab Mazdoor Sangha

All Assam Cab Mazdoor Sangha

Share

অল আছাম কেব মজদূৰ সংঘ ||| জয় আই অসম

17/05/2026

ৰাজহুৱা জাননী
প্ৰতিজন সতীৰ্থক জ্ঞাতাৰ্থে জনাওঁ যে াৰৰ_পঞ্জীয়ন_ভুক্ত_সংগঠন
নামেৰে যিটো whatsapp গ্ৰুপ আছে এতিয়াৰে পৰা উক্ত গ্ৰুপটোৰ সৈতে াম_কেব_মজদুৰ_সংঘৰ কোনোধৰণৰ দ্বায়বদ্ধতা অথবা দ্বায়িত্ব নাথাকিব
ভৱিষ্যতে যদি কেতিয়াবা উক্ত গ্ৰুপত খামখেয়ালীৰ সৃষ্টি হয় তেন্তে ইয়াৰ বাবে মজদুৰ সংঘ কোনোপধ্যেই জগৰীয়া নহ'ব।
ইতি
সভাপতি/সম্পাদক
অল আছাম কেব মজদুৰ সংঘ

04/05/2026

সতীৰ্থ #দীনেশ_চৌধুৰী ডাঙৰীয়াৰ লগত আজি হোৱা এটা দুৰ্ঘটনাজনিত কাৰণৰ বাবে।
সংঘৰ #সভাপতি শ্ৰদ্ধাৰ, #বিপুল_হাজৰিকা ডাঙৰীয়াৰ লগতে সন্মানীয় সতীৰ্থ সকলেও বশিষ্ঠ থানাত উপস্থিত হৈ চৌধুৰী ডাঙৰীয়াক সংগ দিয়ে । এই চেগতে সংঘৰ তৰফৰ পৰা প্ৰতিজন সতীৰ্থলৈ শলাগ যাঁচিলোঁ

26/04/2026

আজি ইংৰাজী ২৬-৪-২৬ তাৰিখ দেওবাৰে দুপৰীয়া ১২ বজাত সংঘৰ মুখ্য কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে উক্ত সভাত প্ৰতিগৰাকী বিষয়ববীয়াৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।
ইতি
বিপুল চন্দ্ৰ হাজৰিকা
সভাপতি

19/04/2026
18/04/2026

শ্ৰদ্ধাৰ সন্মানীয় বিষয়ববীয়া, সদস্যৰ লগতে নিমন্ত্ৰণ পোৱা সতীৰ্থ সকলক জনাওঁ যে অ:আ:কে:ম:সংঘৰ মুখ্য কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব।
উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা খনত আপোনাসৱৰ উপস্থিতি অধিক গুৰুত্বপূৰ্ণ।
সেহে তলত উল্লেখ কৰা স্থান,বাৰ, তাৰিখ আৰু সময়ত আপোনালোকে উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ।
#সসয়: দিনৰ ১২ বজাত
#তাৰিখ:১৯/০৪/২৬ ( দেওবাৰ)
#স্থান:অ:আ:কে:ম:সংঘৰ মুখ্য কাৰ্যালয়, হেঙেৰাবাৰী,মিলন চ'ক, ঘৰৰ নং ৬৬
" শ্ৰদ্ধাৰে "
পংকজ বৰ্মন
সাধাৰণ সম্পাদক

14/04/2026

Warm greetings on the occasion of Bohag Bihu. 🎉🌼💐💐🙏🙏💚💚

13/04/2026

সমুহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ

04/04/2026

#ৰাজহুৱা_জাননী
আমাৰ সংগঠনৰ নিয়ম বৰ্হিভূত ভাবে কিছু তথ্য খামখেয়ালী কৰাৰ বাবে
আজি ইংৰাজী ৪/৪/২৬ তাৰিখৰ পৰা সম্পূৰ্ণ ভাৱে কাৰ্যকৰী হোৱাকৈ #বিকাশ_চহৰীয়া ডাঙৰীয়াক অ:আ:কে:ম:সংঘৰ বিষয়ববীয়া পদৰ পৰা অব্যাহতি দিয়া হ'ল।
আজিৰ তাৰিখৰ পৰা তেখেত এজন সংঘৰ সদস্য হিচাপে বাহাল থাকিব।
শ্ৰদ্ধাৰে
সভাপতি/সম্পাদক

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Address


House No. 66, Millan Chowk, Hengrabari
Gauhati
781036