Ghograpar/ঘগ্ৰাপাৰ

Ghograpar/ঘগ্ৰাপাৰ

Share

Welcome to Ghograpar's one & only social media page... ঘগ্ৰাপাৰলৈ স্ৱাগতম ।

17/08/2024

ঘগ্ৰাপাৰ যুৱ সংঘৰ উদ্যোগত দুটি নিশাৰ বাবেই আমন্ত্ৰিত কৰা হৈছে আপোনালোকৰ মাজলৈ থিয়েটাৰ সূৰ্য্য , আগন্তুক দুৰ্গা পূজাৰ আৰম্ভণিৰ ৭, ৮ অক্টোবৰ তাৰিখে, সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো 🙏

03/09/2023

🔴SOUTH GHOGRAPAR ICONSৰ সৌজন্যত অহা অক্টোবৰ মাহৰ ১০,১১ আৰু ১২ তাৰিখে ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণ কৰা হৈছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল #ৰাজতিলক_থিয়েটাৰ।
🔴ভ্ৰাম্যমান জগতৰ সিংহ স্বৰূপ চম্পক শৰ্মা তথা মোহময়ী অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ বলিষ্ঠ অভিনয়ে কপাব গৈ আছে ঘগ্ৰাপাৰ।
🔴পৰিচালনা সমিতিয়ে সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু নিশ্চিত উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।
#ৰাজতিলক_থিয়েটাৰ
Rajtilak Theatre

03/09/2023

ৰাজতিলক থিয়েটাৰৰ প্ৰচাৰ প্ৰস্তুতি লগতে টিকট প্ৰদান প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে, ঘগ্ৰাপৰীয়া ৰাইজ আপোনালোকৰ সহায় - সহযগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ 🙏

05/12/2022
Photos from Ghograpar/ঘগ্ৰাপাৰ's post 30/09/2022

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় পথৰ ঘগ্ৰাপাৰত আজি মুকলি হল বৃন্দাবন ৰেষ্টুৰেন্ট ॥
ঘগ্ৰাপাৰৰ দুই যুৱক হিৰণ্য শইকীয়া আৰু তপন কলিতাই যুটীয়া ভাবে আৰম্ভ কৰা ৰেষ্টুৰেণ্ট খনৰ মুকলি কৰাৰ সময়ত জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ ,কবি প্ৰণৱ কুমাৰ বৰ্মন , যুৱ সমাজকৰ্মী ডিম্বেশ্বৰ |
আশাকৰো বৃন্দাবনে সফলতাৰ শিখৰত উপনীত হব।

16/09/2022

Jowa kali babu'r ata xoru video

Photos from Ghograpar/ঘগ্ৰাপাৰ's post 15/09/2022

অৱশেষত ঘগ্ৰাপাৰত আজি এটা বহুদিনীয়া অভাৱ পূৰণ হল ।এখন উন্নত মানৰ হোটেল আনুষ্ঠানিকভাৱে উদ্বোধন হয় ।ঘগ্ৰাপাৰ হাইৱে চকত থকা তিনিমহলীয়া অট্টালিকাত " অসম কীটচেন" নামেৰে হোটেলখন নামাকৰণ কৰা হয় ।উদ্বোধনী অনুষ্ঠানত ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সডাপতি হিচাপে নিমন্ত্ৰীত হোৱাত অংশ লও । লগত আছুৰ ৰাজ্যিক শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা,ঘগ্ৰাপাৰ প্ৰেছক্লাৱৰ মুখ্য সম্পাদক ৰাতুল চন্দ্ৰ ডেকা আৰু বন্ধু নিতু শৰ্মা ।

Photos from Ghograpar/ঘগ্ৰাপাৰ's post 14/09/2022

এটি অকল্পনীয় ক্ষণৰ সাক্ষী হৈ ৰ'লো আমি। গোটেই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী,কৰ্মচাৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অজস্ৰ গুনমুগ্ধক কন্দুৱাই হেমন্ত বৈশ্য চাৰ আমাৰ মাজৰ পৰা গুছি গল। বিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে সকলোৱে প্ৰচণ্ড বৰষুণত তিতি তিতি চাৰক এবাৰলৈ হলেওঁ‌ চুই চাব বিছাৰিছিল। এয়াই এজন মহান ব্যক্তিৰ সফল মৃত্যু।মৃত্যুৱে আমাৰ জীৱনৰ জীয়াই থকা কালৰ কৰ্মৰাজীৰ মাপকাঠি,সচাকে ঘগ্ৰাপাৰে এজন মহান ব্যক্তি হেৰুৱালে।
চাৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। 🙏

09/09/2016

Update from 50th Rejek Ali memorial football tournament 2016 : home team Ghograpar Anchalik Krira Sangha beats Hajo Football Eleven in a nail bitting match and moves to 2nd round.Once again fabulous Rupa Bodo scores 2 fantastic goals.

Final Score: Ghograpar 3-1 Hajo.

13/12/2013

Day/night salanta trophy tennis ball cricket tournament....
Date :- 28(d/n), 29(d/n), and 30december, 2013.
Venu :- Ghograpar high school field (Rajib gandhi sports complex)
Dist:- Nalbari.
Prizes~~~
posted by Binay kumar
1st prize:-10001/-
2nd prize:-5001/-
join fees:- 701/-
And man of the series, Highest sixers, Best Bowler, man of the match in every game......
Contact:-9678223843,
8402861209
posted by Binay Talukdar
admin

Untitled album 14/10/2013

durga puajar

Photos 12/10/2013

aaji Ghograpar puja mondopot 'Jatin Bora '
picture posted by

admin 1

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Nalbari,ghograpar,National Highway-31 [Guwahati]
Gauhati
781369