10/04/2026
HSLC Results 2025-2026
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Guwahati Refinery Higher Secondary School, Government Organization, guwahatirefineryhss@gmail. com, Gauhati.
10/04/2026
HSLC Results 2025-2026
03/03/2026
গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত প্ৰথম-ষষ্ঠ শ্ৰেণীলৈ নামভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ হোৱা দীঘলীয়া শাৰী আৰু বিদ্যালয়ে ২০২৭ বৰ্ষৰ ১ মাৰ্চত সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলগীয়াৰ বিষয়ে আজিৰ "নিয়মীয়া বাৰ্তা কাকতৰ ২ নং পৃষ্ঠাত" এক বাতৰি প্ৰকাশ কৰা হয়।
01/03/2026
আজি ইং 28/02/2026 তাৰিখে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত ২০২৬-২৭ শিক্ষা বৰ্ষৰ প্ৰথম শ্ৰেণীৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাৰ কিছু দৃশ্যাংশ। চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে এনে জনসমাগম হোৱাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা।
যিহেতু প্ৰতিটো শ্ৰেণীত আসনৰ বিপৰীতে অত্যাধিক আগ্ৰহী প্ৰাৰ্থী হোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ তথা পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে বাচনি পৰীক্ষা অনুষ্ঠিত কৰা হয়।
11/02/2026
Our school Teachers Leena Sharma & Dipimoni dutta were honoured by Assam Development Initiative(ADI)
Also school students & was awarded as most valued students.
20/01/2026
Guwahati Refinery Higher Secondary School | Ekaksha Assam Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.
24/12/2025
যোৱা ইং ২২/১২/২০২৫ তাৰিখে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত মহান গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্মদিন উপলক্ষে “ৰাষ্ট্ৰীয় গণিত দিৱস” (National Mathematics Day) উদযাপন কৰা হয় ৷
PC : Biju Kalita Medhi
29/11/2025
গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দলে আজি ইং ২৮ নৱেম্বৰ, ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক চৰিত্ৰাভিনয় প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু গোৱালিয়ৰত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় পৰ্যায় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে ।
ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জুৰী তামুলীৰ নিষ্ঠাবান পৰিচালনাই এই বিশেষ সফলতাক সম্ভৱ কৰি তুলিছে ৷ বিজয়ী দলৰ লগতে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মিনাক্ষী দেৱী আৰু সমূহ শিক্ষক-কৰ্মচাৰীবৃন্দলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ৷
20/11/2025
ইতিমধ্যে আমাৰ স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পৰা আগন্তুক স্বৰ্ণ জয়ন্তী উদযাপনৰ উপলক্ষে লোৱা পদক্ষেপৰ বিষয়ে আপোনালোকৰ বহুতে অৱগত হৈছে।
এই পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ প্ৰাক্তন সকলোঁ ছাত্ৰ/ছাত্ৰীৰ সৈতে ক্ষিপ্ৰ যোগাযোগ কৰিবলৈ যি Google Form Fiill up ৰ পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয়।
আমি ২০১২ চনত Alumni Meet অনুষ্ঠান কৰোঁতেও এনেকুৱা পদক্ষেপ লোৱা গৈছিলে, যত প্ৰাক্তন ছাত্ৰ/ছাত্ৰী সকলে যথেষ্ট সহাঁৰি আগবঢ়াইছিল। যদি আমি সকলোৱে মিলি আগবাঢ়ি আহোঁ তেতিয়াহে ইয়াৰ উদ্দেশ্য সম্ভৱপৰ হৈ উঠিব। সেয়েহে সকলোলৈ অনুৰোধ আপোনালোকে নিজৰ School Batch Year অনুযায়ী সহপাঠী সকলৰ লগত এই Google Form/QR Code Share কৰক। যিহেতু এই গ্ৰুপত বহু সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী যোগ হোৱা নাই, সেয়েহে এই পদ্ধতি অৱলম্বন কৰিলে বিদ্যালয়ে লোৱা পদক্ষেপ সফল হব বুলি আশা কৰোঁ।🙏🏻
Guwahati Refinery Higher Secondary School Golden Jubilee Celebration Alumni Registration Form
20/11/2025
Great work, everyone! The response so far has been encouraging, but we want *every one of you* to be a part of this alumni initiative. This isn’t just about celebrating the Golden Jubilee—it’s about creating something bigger and lasting: a strong, connected, and vibrant Alumni fraternity.
This is our moment to build a community that will support the school in meaningful ways and proudly showcase the many success stories born here. Remember, this is *our* school, and each of us has an equal voice in shaping the future of our Alumni Association.
We look forward to your enthusiastic participation in the alumni registration. There is **no registration fee** at the moment. Once we have good numbers, we will come together for a physical meet at the school—along with current teachers, former teachers, old students, and our principals—to plan the Golden Jubilee celebrations and formally chart the path for our Alumni Association.
Your support, involvement, and a small investment of your time and energy will make all the difference. Let’s build something truly memorable—together.
Click on the link below and register for the Golden Jubilee Celebration of our great institution “GRHSS”.

Click on the link below and register yourself as Alumni for Golden Jubilee Celebration of our great institution GRHSS.
https://forms.gle/ZmWAovsQdSHXHQx
Guwahati Refinery Higher Secondary School Golden Jubilee Celebration Alumni Registration Form
28/09/2025
On behalf of Guwahati Refinery Higher Secondary School community, Principal Incharge Minakshi Devi and members of Students union body pays our heartiest condolences to the family members at Zubeen Garg's kahilipara residence🙏
| Monday | 9am - 2:30pm |
| Tuesday | 9am - 2:30pm |
| Wednesday | 9am - 2:30pm |
| Thursday | 9am - 2:30pm |
| Friday | 9am - 2:30pm |
| Saturday | 9am - 1:30pm |