Aam Aadmi Party Assam

Call Directions Website Contact the organization

Aam Aadmi Party Assam "এতিয়া অসমতো হ'ব পৰিবৰ্তন,
চলিব কামৰ ৰাজনীতি, ৰাইজে পাব দুৰ্নীতি - ভ্ৰষ্টাচাৰ মুক্ত অসম"

Mark the date 📌
08/10/2026

Mark the date 📌

Our Democracy. Our Voice. Our Right. 🇮🇳

The fight for our votes and our democracy is a fight for every Indian.
Let’s come together and raise our voice against the Vote Chori done by BJP and Gyanesh Kumar.

📍 Jantar Mantar, Delhi
📅 10 October

ৰে’লযাত্ৰাৰ সময়ত অসমৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ সৈতে সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাত আম আদমি পাৰ্টী, অসমে গভীৰ শোক আৰু উদ্ব...
08/10/2026

ৰে’লযাত্ৰাৰ সময়ত অসমৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ সৈতে সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাত আম আদমি পাৰ্টী, অসমে গভীৰ শোক আৰু উদ্বেগ প্ৰকাশ কৰিছোঁ।

এই কঠিন সময়ত হিমাশ্ৰীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত আমি আছোঁ আৰু তেওঁলোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

আমি দাবী জনাইছোঁ—এই ঘটনাটোৰ শীঘ্ৰে, নিৰপেক্ষ আৰু স্বচ্ছ তদন্ত কৰা হওক। ঘটনাৰ সৈতে জড়িত সকলো তথ্য উদঘাটন কৰি, কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে তেওঁৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হওক।

Justice for Himashri Boro

অভিনেতা আৰু ৰংগমঞ্চৰ জগতৰ এগৰাকী কিংবদন্তি নানা পাটেকৰৰ মৃত্যুৰ খবৰ অত্যন্ত দুখজনক।তেওঁৰ প্ৰয়াণ ভাৰতীয় চলচ্চিত্ৰ আৰু ক...
08/10/2026

অভিনেতা আৰু ৰংগমঞ্চৰ জগতৰ এগৰাকী কিংবদন্তি নানা পাটেকৰৰ মৃত্যুৰ খবৰ অত্যন্ত দুখজনক।

তেওঁৰ প্ৰয়াণ ভাৰতীয় চলচ্চিত্ৰ আৰু কলা জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ শক্তিশালী অভিনয় আৰু অনন্য অভিনয় প্ৰতিভা সদায় স্মৰণীয় হৈ থাকিব।

ঈশ্বৰৰ ওচৰত বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেওঁৰ পৰিয়াল, অনুৰাগী তথা গুণমুগ্ধসকলক এই গভীৰ দুখ সহ্য কৰাৰ শক্তি প্ৰদান কৰক।

ভাৱপূৰ্ণ শ্ৰদ্ধাঞ্জলি। 🙏🕊️

🇮🇳 আপুনিও হ’ব পাৰে পৰিৱৰ্তনৰ অংশ!নতুন নেতৃত্ব, নতুন চিন্তা আৰু নতুন সম্ভাৱনাৰে AAP Assam-ৰ সৈতে আগবাঢ়ক। সংগঠনৰ নেতৃত্ব ...
06/10/2026

🇮🇳 আপুনিও হ’ব পাৰে পৰিৱৰ্তনৰ অংশ!

নতুন নেতৃত্ব, নতুন চিন্তা আৰু নতুন সম্ভাৱনাৰে AAP Assam-ৰ সৈতে আগবাঢ়ক। সংগঠনৰ নেতৃত্ব ল’বলৈ আগ্ৰহী, ভৱিষ্যতে নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচৰা অথবা সংগঠনৰ কাম-কাজত অংশগ্ৰহণ কৰিব বিচৰা সকলোৱে আগবাঢ়ি আহক।

📲 QR Code স্কেন কৰক অথবা এই লিংকত ক্লিক কৰি Formখন পূৰণ কৰক:
🔗 https://forms.gle/QnyTKHPbbC5Y2YZD7

Be a Leader. Be a Changemaker.

05/10/2026

Arvind Kejriwal:

“CJPলৈ মোৰ এটা Message…

প্ৰথমে আপোনালোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ resignation বিচাৰিলে। এতিয়া আপুনি জ্ঞানেশ কুমাৰৰ resignation বিচাৰিছে। মই কওঁ—সিধাই Boss-ৰ resignation বিচাৰক। সকলো তেওঁৰ ইশাৰাতেই হৈ আছে।

এতিয়া আন্দোলন Narendra Modi-ৰ resignationৰ বাবে হোৱা উচিত।”

04/10/2026

AAP-ৰ বাবে ৰাজনীতি মানে দলক সকলোতকৈ আগত ৰখা নহয়।

ৰাজনীতি মানে ভাৰত আৰু ভাৰতৰ জনসাধাৰণক সকলোতকৈ ওপৰত ৰখা।

এইয়াই অৰবিন্দ কেজৰিৱালে প্ৰতিনিধিত্ব কৰা ৰাজনীতি।
এইয়াই AAP-ৰ দৃষ্টিভংগী। 🇮🇳

🥇🇮🇳 Kudos to Our Champions!এয়া ভাৰতৰ বাবে এক Golden Moment! ✨Asian Games 2026-ৰ Cricket Finalত Pakistanক 19 runs-ত পৰাস্...
03/10/2026

🥇🇮🇳 Kudos to Our Champions!

এয়া ভাৰতৰ বাবে এক Golden Moment! ✨
Asian Games 2026-ৰ Cricket Finalত Pakistanক 19 runs-ত পৰাস্ত কৰি Team India-এ Gold Medal জয় কৰিলে। 🏆🥇

Proud of you, Team India! 🇮🇳👏

02/10/2026

Dhemaji, Assam: 8 km road, 25+ rivers & water channels—and ZERO permanent bridges.

Lanka–Naokata roadত আজিও basic connectivity-ৰ এই অৱস্থা কিয়?
প্ৰতি বছৰে গাঁৱৰ ৰাইজে নিজৰ টকাৰে bamboo bridge বনায়, আৰু বান আহিলে সেইবোৰ উটুৱাই লৈ যায়।

🏥 অসুস্থ ৰোগীয়ে Hospital পাবলৈ boatৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।
🎒 ছাত্ৰ-ছাত্ৰীয়ে School পাবলৈও বিপজ্জনক যাত্ৰা কৰিব লাগে।

এইয়াই নেকি Himanta Biswa Sarma-ৰ “Development Model”?

গান্ধী জয়ন্তীৰ পৱিত্ৰ ক্ষণত, তৃণমূল পৰ্যায়ত ৰাইজক শক্তিশালী কৰাৰ বাপুজীৰ সপোন সাৰ্থক কৰোঁ আহক।সৎ আৰু দুৰ্নীতিমুক্ত ৰাজ...
02/10/2026

গান্ধী জয়ন্তীৰ পৱিত্ৰ ক্ষণত, তৃণমূল পৰ্যায়ত ৰাইজক শক্তিশালী কৰাৰ বাপুজীৰ সপোন সাৰ্থক কৰোঁ আহক।
সৎ আৰু দুৰ্নীতিমুক্ত ৰাজনীতিক আঁকোৱালি লওঁ। জনতাৰ সক্ৰিয় অংশগ্ৰহণেৰে গণতন্ত্ৰক সুদৃঢ় কৰিবলৈ আগবাঢ়ি আহক।

AAP Assam | Leadership role, Candidate & Volunteer enrolment program

📌 আবেদন প্ৰক্ৰিয়া এতিয়া মুকলি!
🔗 আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক: https://forms.gle/QnyTKHPbbC5Y2YZD7

🥇 Golden Glory for Assam! 🇮🇳অসমৰ কন্যা Lovlina Borgohain-এ Asian Games 2026-ত Women’s 75kg Boxing-ত Gold Medal জয় কৰি দ...
02/10/2026

🥇 Golden Glory for Assam! 🇮🇳

অসমৰ কন্যা Lovlina Borgohain-এ Asian Games 2026-ত Women’s 75kg Boxing-ত Gold Medal জয় কৰি দেশৰ লগতে অসমলৈও গৌৰৱ কঢ়িয়াই আনিছে। 🥊❤️

Your hard work has made the entire Assam proud. Congratulations, Lovlina! 💐

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Aam Aadmi Party Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aam Aadmi Party Assam:

Shortcuts

Share