Hemanta biswa sharma Assam CM
Himanta Vishwasarma Assam CM
29/11/2024
29/11/2024
আমাৰ অতি শ্ৰদ্ধা আৰু মৰমৰ মামণি ৰয়ছম গোস্বামী বাইদেউ এগৰাকী বিশিষ্ট লেখিকাই নাছিল, তেখেত আছিল এগৰাকী মানৱতাবাদী, যাৰ সাহিত্যিক আৰু সামাজিক অৱদানে কেৱল অসমতেই নহয়, ভাৰত তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চিৰ যুগমীয়া স্বাক্ষৰ ৰাখি থৈ গৈছে। ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ গৱেষক ড° ইন্দিৰা গোস্বামী বাইদেৱে তেখেতৰ অসামান্য প্ৰতিভাৰে অসমীয়া সাহিত্যক দেশ আৰু বিশ্বৰ বুকুত স্বকীয় মৰ্যাদাৰে চিনাকি কৰাই দি আমাক চহকী কৰি গৈছে৷ মামণি ৰয়ছম গোস্বামী বাইদেউৰ অৱদানক উত্তৰপ্ৰজন্মই চিৰদিন মান্যতা প্ৰদান কৰিব৷
আজি পুণ্যতিথিত এইগৰাকী মহীয়সী নাৰীক অসীম শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ৷
24/11/2024
Calling all investors
Advantage Assam 2 in Guwahati on 24th and 25th February 2025. Global Infrastructure and Investor Conference to be held on 0.
Come forward to invest in India's future. Explore the unlimited opportunities offered by the government by investing in Assam. Let's be a part of glorious Assam with this quest.
Calling all investors 📢
Advantage Assam 2.0 - the Global Infrastructure and Investors' Summit will be held on 24 & 25 February 2025 in .
Come, invest in the future of Bharat; come invest in Assam and explore the immense opportunities it offers. Together let’s make Assam glorious.
24/11/2024
Good morning 🌄🌅🌅
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Gauhati
