Goalpara Dist Bjp mohila morcha

Directions

Goalpara Dist Bjp mohila morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Goalpara Dist Bjp mohila morcha, Political Party, Goalpara.

গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ, ৰংজুলী মণ্ডলৰ সেৱা সংকল্প অভিযানৰ কিছু মূহুৰ্ত    উক্ত কাৰ্য্য সূচীত উপস্থিত থাকে দুধনৈ স...
10/10/2026

গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ, ৰংজুলী মণ্ডলৰ সেৱা সংকল্প অভিযানৰ কিছু মূহুৰ্ত
উক্ত কাৰ্য্য সূচীত উপস্থিত থাকে দুধনৈ সমষ্টিৰ বিধায়ক মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া জিলাৰ মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাইদেউ , জিলাৰ
বিভিন্ন স্তৰত থকা বিষয় ববীয়া সকল
জয় আই অসম







বিকশিত ভাৰত গঢ়াৰ এক পৱিত্ৰ সংকল্পৰে দেশৰ যশস্বী প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ...
08/10/2026

বিকশিত ভাৰত গঢ়াৰ এক পৱিত্ৰ সংকল্পৰে দেশৰ যশস্বী প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৱিত্ৰ ক্ষণত আয়োজিত সেৱা জ্যোতি কলহ যাত্ৰা .....

এই সভা যাত্ৰাত উপস্থিত থাকে দুধনৈ সমষ্টিৰ বিধায়ক মাননীয় টংকেস্বৰ ডাঙৰীয়া আৰু পশ্চিম সমষ্টিৰ বিধায়ক মাননীয় পৱিত্ৰ ৰাভা ডাঙৰীয়া আৰু জিলা সম্পাদক দিপাংক কুমাৰ নাথ ডাঙৰীয়া , জিলাৰ
বিশেষ কাৰ্যকৰ্তা সকল ।







আপোনালোক দুয়ো জনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ 🙏🙏🙏
05/10/2026

আপোনালোক দুয়ো জনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ 🙏🙏🙏









01/10/2026
ৰাজ্যিক মহিলা আয়োগৰ সভা নেত্ৰী মাননীয়া আংগুৰ লতা ডাঙৰীয়ানী আজি গোৱালপাৰা জিলাৰ মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাই...
01/10/2026

ৰাজ্যিক মহিলা আয়োগৰ সভা নেত্ৰী মাননীয়া আংগুৰ লতা ডাঙৰীয়ানী আজি গোৱালপাৰা জিলাৰ মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাইদেউ আৰু জিলা মহিলা মৰ্চাৰ বিষয় ববীয়া সকলৰ লগত কিছু বিশেষ আলোচনা ....





29/09/2026
29/09/2026

#বিজেপি চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ ......

সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি অংগন মিলন সেৱা কাৰ্য্য সূচীৰ বহু কেইটা অংগনবাদী কেন্দ্ৰত উপস্থিত হৈ  জিলা মহিলা মৰ্চা...
27/09/2026

সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি অংগন মিলন সেৱা কাৰ্য্য সূচীৰ বহু কেইটা অংগনবাদী কেন্দ্ৰত উপস্থিত হৈ জিলা মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাইদেউৱে শিশু সকলৰ লগতে অভিভাৱক তথা অংগন বাদী কৰ্মী আৰু সহায়িকা বাইদেউ সকলক সম্বৰ্ধনা জনায় আৰু চেক বিতৰণ কৰে।

এখন সুস্থ সৱল আৰু পুষ্টিসমৃদ্ধি সমাজ গঢ়াৰ ক্ষেত্ৰত এই সামূহিক প্ৰচেষ্টাই নতুন গতি প্ৰদান কৰিব।
আজিৰ এই অনুষ্ঠানত অংগন ৱাদি কেন্দ্ৰ সমূহৰ জৰিয়তে নিষ্ঠা আৰু দায়বোধতাৰে সেৱা আগবঢ়াই অহা অংগন ৱাদী কৰ্মী আৰু সহায়িকা বাইদেউ সকলক সম্বৰ্ধনা জনায়।



আজি গোৱালপাৰা জিলা কাৰ্যালয়ত জিলা মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাইদেউৰ নেতৃত্বত যি সকল বাইদেউ নতুন কৈ দায়িত্ব ল...
22/09/2026

আজি গোৱালপাৰা জিলা কাৰ্যালয়ত জিলা মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাইদেউৰ নেতৃত্বত যি সকল বাইদেউ নতুন কৈ দায়িত্ব ললে আটাই গৰাকী বাইদেউক ফুলাম গামোচাৰে আদৰণি জনায় । মহিলা মৰ্চাৰ সভা নেত্ৰী কৃষ্ণা দেৱী বাইদেউএ
যি কেই গৰাকী বাইদেউ আমাৰ মহিলা মৰ্চাৰ নতুন কৈ দায়িত্ব পালে আপোনালোকক আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা বহুত বহুত আন্তৰিক অভিনন্দন জনালোঁ আৰু আপোনালোকে যি দায়িত্ব পালে সেই দায়িত্ব খিনি নিয়াৰিকৈ পালন কৰিব বুলি আশা ৰাখিলোঁ।
মহিলা মৰ্চা জিন্দাবাদ








Address

Goalpara
HTTP://WWW.CITYPINCODE.IN/ASSAM/GOALPARA/GOALPARA PINCODE

Website

Alerts

Be the first to know and let us send you an email when Goalpara Dist Bjp mohila morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share