Gohpur BPF

Directions

Gohpur BPF Make BODOLAND
Great Again ❤️🥰👍🏻

A official Page Gohpur Unit BPF Committee Sub Branch Dhwnshri Block BPF Committee, Udalguri District, BTC, Assam

17/09/2026

16/09/2026 EC meeting Latest news BTC

Shri Charan Boro, MCLA from No. 40 Rowta BTC Constituency, today formally tendered his resignation before the Hon'ble Sp...
17/09/2026

Shri Charan Boro, MCLA from No. 40 Rowta BTC Constituency, today formally tendered his resignation before the Hon'ble Speaker of BTCLA, Shri Tridip Daimari. The Bodoland People's Front places on record its sincere appreciation for his dedicated service to the people of Rowta. As he carries forward his responsibilities as MLA and Hon'ble Cabinet Minister of Assam, the BPF extends its best wishes for his continued success in serving the people of Assam with sincerity and commitment.

Hagrama Mohilary
Bodoland People's Front - BPF

16/09/2026

BTC latest news

12/09/2026
05/09/2026

Today EC meeting BTC

অত্যন্ত গভীৰ দুখেৰে বিটিচি'ৰ মাননীয় উপাধ্যক্ষ তথা ২৬ নং দৰংগাজুলিৰ এমচিএলএ শ্ৰী বিজিত গৌৰা নাৰ্জাৰীৰ অকাল বিয়োগৰ খবৰ ল...
27/08/2026

অত্যন্ত গভীৰ দুখেৰে বিটিচি'ৰ মাননীয় উপাধ্যক্ষ তথা ২৬ নং দৰংগাজুলিৰ এমচিএলএ শ্ৰী বিজিত গৌৰা নাৰ্জাৰীৰ অকাল বিয়োগৰ খবৰ লাভ কৰিছোঁ।

জনসাধাৰণৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু নিস্বাৰ্থ সেৱা সদায় স্মৰণীয় হৈ থাকিব। এই কঠিন সময়ত তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।

তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।
ঔম শান্তি।

17/08/2026

কোকৰাঝাৰত বিটিচি কাৰ্যবাহী পৰিষদৰ বৈঠক ৷

কোকৰাঝাৰৰ বডোফা নগৰৰ BTC সচিবালয়ৰ সভাকক্ষত দেওবাৰে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (BTC)ৰ কাৰ্যবাহী পৰিষদৰ (EC) এখন বৈঠক অনুষ্ঠিত হয়।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বৈঠকত BTC প্ৰশাসনৰ কাৰ্যকলাপ আৰু উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ কাইলৈ অৰ্থাৎ ১৭ আগষ্টত অসম চৰকাৰ আৰু BTCৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত সমন্বয় বৈঠকখনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

এই বৈঠকত BTC চৰকাৰৰ মসৃণ আৰু ফলপ্ৰসূ কাৰ্যকলাপৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

বৈঠকত পাৰস্পৰিক পৰামৰ্শ, সমন্বয় আৰু গঠনমূলক আলোচনাৰ জৰিয়তে বিভিন্ন সমস্যাৰ সমাধানৰ সম্ভাৱ্য উপায় আৰু ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়।

ইয়াৰ লগতে BTC অঞ্চলত উন্নয়নমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু জনসাধাৰণক দক্ষতাৰে চৰকাৰী সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে অসম চৰকাৰ আৰু BTCৰ মাজত আন্তঃচৰকাৰী সমন্বয় অধিক শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত BTCৰ আটাইকেইগৰাকী কাৰ্যবাহী সদস্যৰ লগতে BTC প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

16/08/2026

Bodoland Guest House in Gohpur

BTC ৰ Chif শ্ৰদ্ধাৰ শ্ৰীমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গহপুৰৰ সবিতা বসুমতাৰীৰ সুযোগ্য সন্তান উদাংশ্ৰীৰাণী বসুমতাৰীয়ে II...
14/08/2026

BTC ৰ Chif শ্ৰদ্ধাৰ শ্ৰীমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গহপুৰৰ সবিতা বসুমতাৰীৰ সুযোগ্য সন্তান উদাংশ্ৰীৰাণী বসুমতাৰীয়ে IIT Gorakhpur ত চিত পাই পঢ়িব পাৰিছে । সেই বাবে BTC ৰ Chif শ্ৰদ্ধাৰ শ্ৰীমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মৰমৰ টুপুলা লগতে কিছু অৰ্থ প্ৰদান কৰে ।

উত্ত মৰমৰ টুপুলা লগতে কিছু অৰ্থটি চেন্টল যুৱ বিপিএফ-ৰ বিষয় ববীয়াৰ এটা দলে তেখেতৰ বাসগৃহত উপস্থিত হৈয় প্ৰদান কৰে ।

Hagrama Mohilary

BTC Government 'ৰ অভিলাষী পদক্ষেপ Free Summer Coaching 2026 , গহপুৰত দুটা Coaching center চলি আছে । উত্ত অনুস্থান সমূহ প...
17/07/2026

BTC Government 'ৰ অভিলাষী পদক্ষেপ Free Summer Coaching 2026 , গহপুৰত দুটা Coaching center চলি আছে । উত্ত অনুস্থান সমূহ পৰিদৰ্শন কৰে Free Summer Coaching 2026 ধনশ্ৰীৰিৰ Cordinetor Chairman Ramchiyari Sir, TCLCC Chairman Mochahary sir, Dhwnsri Block BPF Committee President Bloram Sir, AGS Nibriti Sir and Gohpur part President Bahadur sir And General Secretaries Tilak sir

Address

Gohpur

Website

Alerts

Be the first to know and let us send you an email when Gohpur BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share