14/09/2026
আজি তামুলপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত বিজেপি আৰু বিপিএফ দলৰ যৌথ কাৰ্যকৰ্তা সন্মিলনখন বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য সন্মানীয় Hagrama Mohilary ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে অনুষ্ঠিত হয়।
এই বৈঠকখনে অনাগত দিনত দুয়োটা দলৰে কাৰ্যকৰ্তা সকলক একেলগে মিলা-প্ৰীতি তথা ভাতৃত্ববোধৰ মাজেৰে সমাজ তথা বিটিচিৰ হকে কাম কৰি যোৱাৰ বাবে উদগনি যোগায়।
আজিৰ এই বৈঠকত দুয়োটা দলৰে সন্মানীয় বিধায়ক, বিটিচিৰ সন্মানীয় কাৰ্যবাহী সদস্য, পাৰিষদ, জিলা সভাপতিদ্বয়, জিলাৰ প্ৰভাৰী, উপ-সভাপতি, সম্পাদক, মণ্ডলৰ সভাপতি সকল আৰু জেষ্ঠ্য-কনিষ্ঠ তথা বিভিন্ন পদাধিকাৰী আৰু বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সমূহ উপস্থিত থাকে।
📌 শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ, তামুলপুৰ।
Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
Victor Kumar Das
Lakhi Das Bhajan
Rajesh Boro
Chatrasing Choudhury
Ramesh Kaphle