16/04/2022
কভিদ' কালীন পৰিস্থিতিৰ বাবে প্ৰায় ২ বছৰৰ মূৰত আজিৰ পৰা " প্ৰগতিশীল অসম সমাজ দিল্লী" ৰ তৰফৰ পৰা নতুন আশা , উদ্যম তথা চিন্তা চৰ্চা লৈ আকৌ আমাৰ অসম সম্পৰ্কীয় বিভিন্ন বিষয় লৈ সাপ্তাহিক ভাৱে হৈ অহা আলোচনা অনুষ্ঠানটো আৰম্ভ হৈছে । সকলোলৈ এই চেগতে নতুন বছৰ তথা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা তথা আজিৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা বাবে অভিনন্দন জনালোঁ , আশা কৰোঁ আমি সকলোৱে মিলি অসমৰ সামগ্ৰিক বিকাশৰ বাবে চিন্তা চৰ্চা তথা কাৰ্যপন্থা হাতত লৈ যাম । আগন্তুক সময়ত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল ।
12/04/2022
Progressive Assam Society (প্ৰগতিশীল অসম সমাজ) was founded in 2019 as a collective based in Delhi by a group of students who felt the need to create a platform, to bring into discussion ideas and concepts about identity, culture and the arts of the region, with an aim to bridge the diverse nuances that exist within. The collective also actively organised protest meetings and mobilised students concerning various indigenous issues of the land.
However, COVID-19 was a major challenge for all of us and hence, our activities faced major constraints during that time period. Post COVID, this is our endeavour to come back into the public sphere, with renewed vigour and conviction to facilitate safe progressive discourses concerning the region.
Our objective
We strive to better understand the discourses, the debates and the narratives that govern public sentiments in the region, and to create a progressive space where individuals can freely explore and express opinions concerning the region.
We are a collective of students with a vision of exploring art, literature and culture with an open outlook. We understand that art is political and given where we come from, a land continuously challenged by socio-economic, political, and environmental instabilities, we aspire to bridge together the diversity of the land, its various communities, appreciate its richness as well as engage in critical, constructive conversations regarding these issues.
As a collective, we shall meet on a regular basis, share reading resources, publish write ups, conduct seminars, and organise issues concerning the region and its peoples, while also exploring the distinct arts and cultures of the land through community building initiatives, events and programmes.
17/01/2021
"আজিকালিৰ ডেকা ল'ৰা। আজিকালি উপজিছা, সেইবুলিয়েইনে? অকল আজিকালি উপজিলেই আজিকালিৰ ল'ৰা হ'ব নোৱাৰি। তোমাৰ মনটো আজিৰ দিনতো আজি দুকুৰি বছৰ আগৰ ডেকাৰ দৰে। যি কথাটো সত্য বুলি ভাবা, তাক সমাজৰ ভয়ত ক'বলৈ সাহ নাই, কৰিবলৈ সাহ নাই।
তুমি নক'বা, আজিৰ দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ভূৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম-কাৰণ, মূৰ্খ সমাজৰ, সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ'বই নোৱাৰে।।।।। - মোৰ বাবে তুমি মূৰ ঘমাব নালাগে। তুমি আমনি পাব নালাগে। সমাজৰ চকুৰ কূটা দাঁতৰ শাল হ'ব নালগে। সমাজৰ বৰমূৰীয়া ধৰ্মধ্বজসকলৰ গৰিহণা শাও খাবলৈ তুমি যাব নালাগে। তুমি যিয়েই হোৱা, তুমি কিন্তু আজিৰ দিনৰ ডেকা নোহোৱা। তোমাৰ গাওঁ লৈ, তোমাৰ মানুহ লৈ, তোমাৰ গাঁৱৰ নিয়ম-কাৰণ লৈ, তোমাৰ সমাজ লৈ, তোমাৰ জাত লৈ তুমি থাকা। কিন্তু কাৰো আগত নক'বা তুমি আজিৰ ডেকা বুলি, তুমি নকবা, নকবা।"
~লভিতা
'আজিৰ দিনৰ ডেকা' বিচৰা, 'গাঁৱৰ গণ্ডীতো থাকি উপজিয়ে বিশ্বনাগৰিক হৈ অহা', 'বিশ্বজুৰি জনতাৰ জয়জয়কাৰ' ঘোষণা কৰিবলৈ কাৰ্পেটৰ পৰা ঘাঁহনিলৈ নামি জোনাকী বাটেৰে ৰূপান্তৰৰ বাট বোলা লুইতৰ পাৰৰ 'চিৰবিদ্ৰোহী' বিশ্বশিল্পীগৰাকীলৈ শিল্পীদিৱসত সশ্ৰদ্ধ প্ৰণিপাত!
20/06/2020
*Delhi University* 2020-21 admission registration protal is now open. Go register!
http://www.du.ac.in/du/uploads/COVID-19/
দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে , সকলোকে যোগাযোগ কৰিব আহ্বান জনোৱা হ'ল।
Home | University of Delhi
In the last week of March 2020, the University appealed to you to come forward and contribute to deal with the COVID-19 pandemic. Thanks to your support, we got inspired to launch ‘DU Care for Neighbour’ programme to feed the hungry in the neighborhoods of our North and South campuses and also c...
20/06/2020
DU admission forms 2020 to be available today 5pm, check details - Times of India
Education News: The students who aspire to take admission into Delhi University are advised to visit the official website of the DU - du.ac.in - to check further deta
20/06/2020
ৰাভাৰ আভা সৰ্বত্ৰে বিয়পি পৰক তাৰেই কামনাৰে সকলোলৈ ৰাভা দিৱসৰ শুভেচ্ছা জনালোঁ !
31/05/2020
https://longform.storiesasia.org/oil-well-blowout-threatens-national-park-in-assam-india?source=share-storiesasia
Oil Well Blowout Threatens National Park in Assam, India by StoriesAsia
A production well of the government-owned Oil India Limited in the close proximity of a wildlife sanctuary in the northeastern state of Assam may blow up at any momentA blowout and a spill from an oil well in India’s Upper Assam area have turned a village called Baghjan, which is surrounded by one...
24/05/2020
প্ৰগতিশীল অসম সমাজৰ তৰফৰ পৰা জৈৱ বৈচিত্ৰ্য , পৰিৱেশ সংৰক্ষণ আৰু শেহতীয়াকৈ দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খনন সন্দৰ্ভত সংঘটিত বিতৰ্ক সম্পৰ্কত ভাষণলৈ আমন্ত্ৰণ।
বক্তা -
শ্ৰীযুত নাৰায়ন শৰ্মা
(অধ্যাপক, কটন বিশ্ববিদ্যালয়)
শ্ৰীযুতা শিখা বৰুৱা
(পৰিৱেশ কৰ্মী)
শ্ৰীযুত মৃদু পৱন ফুকন
(পৰিৱেশ কৰ্মী)
ধন্যবাদ।
Date: 25th May, 2020
Time: 6 PM
Zoom ID: 2487419166
Password: 2552020
20/05/2020
প্ৰগতিশীল অসম সমাজৰ তৰফৰ পৰা দিল্লী বিশ্ববিদ্যালয় প্ৰশাসনৰ ওচৰত দাবী।
Progressive Assam Society rejects the elitist and classist model of online examination proposed by the admin of University of Delhi.
17/05/2020
At this time of pandemic, when number of cases of harassment of tenants in the hand of landlords are on a rise, Student Tenants' Union Delhi has come up with the initative to address issues that student tenants are facing across NCT Delhi.
It is a survey conducted to gauge the on-ground realities of student tenants and hostellers in order to identify issues/problems so we can collectivise, find solutions and demand for our rights.
https://forms.gle/cnWFnvXkxJazsaTu5