বিজেপি মুক্ত অসম

বিজেপি মুক্ত অসম

Share

��

10/09/2023

উন্নয়নৰ আন এটি নাম ৰিনিকী ৰিনিকী

29/08/2023

সুৰাকণ্ঠৰ কথায়ে সুৰীয়া
জল হী জীৱন।
বুজিছেনে ৰাইজ ?

29/08/2023

মদৰ নিচাত কৈ দিলে চাগে, দায়-দুখ নধৰিব আৰু ৰাইজ, গায়ক হিচাবে তেওঁক আৰু তেওঁৰ গান ভাল পাও । গানৰ বাহিৰে মস্ত ফেটোৱা চৰকাৰৰ অঘোচিত দালাল কলে ভুল নহব চাগে বেলেগ কথাক গাপ দিবলৈ এনেবোৰ মন্তব্য কৰে সকলোৱে জানে
ফটুৱা মানুহে বেলেগক ফটুৱা বুলি ভাৱে নিজে ফটুৱা যে সেই বাবে বেলেগকও ফটুৱা বুলি ভাৱিছে।

26/08/2023
25/08/2023

Sarbananda Sonowal ডাঙৰীয়াই ভয় সালে 😁😁

22/08/2023

সিদ্ধাৰ্থ ভট্টাচাৰ্য মুৰ্দাবাদ
ৰাজেন গোহাঁই মুৰ্দাবাদ
এই শ্ল’গান কংগ্ৰেছৰ নহয়
এই শ্ল:গান বিজেপি নেতাৰ
বিজেপি বনাম বিজেপি

22/08/2023

পাপে বোলে বাপোকো নেৰে ।
ক্ষমতালোভী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ লোভত স্বৰ্গীয় তৰুণ গগৈ নেতৃত্বধীন চৰকাৰত মন্ত্ৰী হিচাপে থাকি দুৰ্নীতিৰ লগতে বিসম্বাদ কৰি কৰি কংগ্ৰেছ দলৰ চৰকাৰ খনক শেষ কৰি দিছিল ৷
তাৰ পুৰস্কাৰ হিচাপে ইংৰাজৰ গোলামি কৰা , জাত -পাত , উচ্চ -নীচ আদৰ্শৰে বিশ্বাসী B.J. P. দলে আদৰ্শহীন , নীতিহীন আৰু ক্ষমতালোভী হিমন্ত বিশ্ব শৰ্মা ক মুখ্যমন্ত্ৰী পাতিছে ৷
ইতিহাস পুনৰাবৃত্তি হয়। তেতিয়া জনসাধাৰণে নায়ক আৰু খলনায়ক বিচাৰ কৰি লয় ৷

22/08/2023

অসমৰ ইতিহাসৰ মস্ত ফটোৱা মন্ত্ৰীত্ব যদি পৰীক্ষাত আহে তেনেহলে উত্তৰ হব ......

22/08/2023

কি কয় আপোনালোকে খাপ্লাৰ কথাত একমত নেকি ?

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Address


Guwahati