14/01/2025
আপ যুৱ শক্তি অসমৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছো।
সম বিকাশ সম উন্নয়ন আমাৰ মূল লক্ষ্য
14/01/2025
আপ যুৱ শক্তি অসমৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছো।
12/01/2025
মুখ্যমন্ত্ৰী মহোদয়, যদি উমৰাংছু কয়লা খনিত অবৈধ খনন আছিলেই, গাৰ্লোচা দম্পত্তিক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই?
অসমৰ ৰাইজে জানিব বিচাৰিছে, বিজেপি নেতাও এই চিণ্ডিকেটত জড়িত আছে নেকি?
ন্যায়ৰ বাবে কাতৰ অনুৰোধ কৰা BPSC ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰিল বিহাৰৰ NDA চৰকাৰৰ লাঠি ।
ন্যায় বিচাৰি শান্তিপূৰ্ণ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰী সকলক লাঠিৰে প্ৰত্যুত্তৰ দিয়াটো NDA চৰকাৰৰ একনায়কত্ববাদী আৰু গণতন্ত্ৰ বিৰোধী মানসিকতাৰ ইংগিত।
আম আদমি পাৰ্টী অসমে এই মানসিকতাক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ।
26/12/2024
22/12/2024
ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী সংগ্ৰামী মহিলা শ্বহীদ কনকলতা বৰুৱাৰ জন্মদিনত 'আপ' অসমৰ যুৱ শক্তি তৰফৰ পৰা শ্ৰদ্ধাৰে সুৱৰিছোঁ।👏
https://chat.whatsapp.com/DNjp3R03909Ck3oWYCXAWO
"AAP News Updates 101"
Please Join For Regular AAP News Updates Group.
02/12/2024
২ ডিচেম্বৰ, অসম দিৱস
বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি নিৰ্মাণ কৰা চাওলুংঢ্যু-কা-ফাক শ্ৰদ্ধাৰে সুৱৰিছোঁ।🙏
বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে একগোট হৈছে অসমৰ ৰাইজ। দিল্লী-পাঞ্জাবৰ দৰে এইবাৰ অসমতো হ'ব কামৰ ৰাজনীতি। এইবাৰ অসমতো চলিব ঝাড়ু 🧹 ।
30/11/2024
মানকাছাৰ জিলাৰ কুছনিমাৰা পঞ্চায়তত আয়োজন কৰা যোগদান সভা আজি জনসমূদ্ৰত পৰিণত হয়। নিশাৰ ঠাণ্ডাকো নেওচি ৭০০ তকৈ অধিক লোকে আজি আপ অসমৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়াৰ উপস্থিতিত দলৰ নীতি আদৰ্শ আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।উপস্থিত থাকে আপ যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া আৰু ৰাজ্যিক কমিটিৰ বিষয় ববীয়া সকল।
30/11/2024
মানকাছাৰৰ খুপাতিয়া বজাৰৰ হাইস্কুল খেলপথাৰত আয়োজিত আপৰ জনসভাত উপস্থিত থাকে আপ অসমৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়া,আপ অসম ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া ডাঙৰীয়াৰ লগতে ৰাজ্যিকৰ আন আন বিষয়ববীয়া সকল।
30/11/2024
আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে
কেজৰিৱালৰ প্ৰয়োজন আছে 💯