আকৌ এবাৰ,আমাৰ BTR বাসীৰ শান্তিৰ প্ৰতীক, আমালৈ গৌৰৱ কঢ়িয়াই আনিলে।
🙏 ধন্য তুমি,প্ৰমোদ বড়ো ধন্য তুমি 🙏
BTR Mathanguri UPPL
Peaceful BTR and Corruption Free Society!
BPF ৰ মানৱ ৰূপী দানৱ বোৰে এজন অসহায় বিদ্ধ হিতাধিকাৰীক UPPL চৰকাৰে প্ৰদান কৰা গৃহটুয়ো কাটি দিলে।
জাগিলে,জাগিলে,নাৰী শক্তি এইবাৰ জাগিলে।
নাৰী শক্তি মহাশক্তি। আমাৰ মা,বাইদেউ আৰু ভণ্টি সকলে জানে,যদি তেখেত সকলৰ মান শ্বভিমান আৰু সন্মান যদি ৰক্ষা কৰিব পাৰে, সেয়া কেৱল আৰু কেৱল UPPL।
🙏🙏নাৰী প্ৰণামো তোমাক 🙏🙏..
নিৰ্বাচন আহিলেই BTC ৰ কিছু ভদ্ৰ মানুহ টকা লৈ দল বাগৰি ফুৰা পৰিলক্ষিত হয়।
তাৰে এটা কাহিনী আজি আপোনালোকলৈ আগবঢ়ালোঁ।
BPF দলত বৰ্তমান,By The DALAAL,For The DALAAL আৰু Of The DALAAL ৰ ৰাজনীতি চলিছে।
প্ৰমোদ বড়ো ছাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য,
"উচ্ছেদ হল এটা ৰাজনৈতিক নাটক।
UPPL দল ভয় ভাবুকি আৰু সংঘৰ্ষৰ ৰাজনীতি শেষ কৰাৰ বাবেই জন্ম হৈছে।
আৰু ৰাইজক ন্যায় দিয়াটোৱে আমাৰ ৰাজনৈতিক সংগ্ৰাম।"
আপোনালোকে আমাক (BPF) ভোট দিয়া মানে BJP কে ভোট দিয়া।
BPF,BJP হাটাওঁ BTC বচাওঁ।
এইবাৰ BTC ত সংখ্যালঘূ সকলৰ লগতে ২৬ টা জনগোষ্ঠীৰ অস্তিত্বৰ যুঁজ।
লক্ষণীয় হব, তেখেত সকলে নিজৰ জাতিৰ অস্তিত্ব, শান্তি, উন্নতিৰ হকে আৰু উচ্ছেদৰ বিৰুদ্ধে ভোট প্ৰদান কৰে নে....
নাকি কিছু ধনৰ বিনিময়ত নিজৰ ভোট বিক্ৰী কৰে।
BPF,BJP হাটাওঁ BTC বচাওঁ।
আপুনি এজন মুখ্যমন্ত্ৰী হৈ, আপোনাৰ মুখত এইবিলাক বাক্য শুভা নাপায়।
প্ৰমোদ বড়ো ছাৰ তথা UPPL দলে কি আপোনাৰ মাথাত কঁঠাল ভাঙ্গি খাইছিল নেকি, যে ইমান ঘৃণা আপোনাৰ UPPL প্ৰতি।
কেৱল মাত্ৰ সংখ্যালঘূ মুছলমানৰ প্ৰতি দায়বদ্ধতা দেখুওৱাৰ বাবেই আজি UPPL আপোনাৰ ওচৰত বেয়া।
সাৱধান ৰাইজ,BPF,BJP হাটাও BTC বচাও।
আমি আগতেও NDA ৰ বিৰুদ্ধে মাত মাতিছোঁ এতিয়াও মাতি আছো আৰু অনাগত দিনবোৰত মাত মাতিম তাৰ কাৰণ......
👉 আমাৰ কামিহাড় সমান কৰিব।
👉 লাজ নথকা মিঞাবোৰে আমাৰ ইমান অত্যাচাৰ সহ্য কৰিও আমাক ভোট দিলে আমি কি কৰিম।
👉 মুছলমান মহিলা সকল হৈছে সন্তান জন্ম দিয়া মেচিন।
👉 ৰাতি ১২ বজাৰ পিছত অত্যাচাৰ কৰিম।
👉 ৰিক্সাৰ ভাড়া ৫ টকাৰ বিপৰীতে ৩/৪ টকা দিয়া।
👉 লাখ লাখ মুছলমান মানুহক উচ্ছেদ
............. ইত্যাদি ।
ইমানবোৰ উপহাৰ আমাক দিয়াৰ পিছতো,আমি পুনৰ NDA চৰকাৰ বনাম নেকি।
বি:দ্ৰ:- এইবাৰ মানাহ সমষ্টিত শান্তিৰ পক্ষত ভোট প্ৰদান কৰিম।
নিজৰ ভৰিত, নিজেই কুঠাৰ নামাৰিব।
নিৰ্বাচনৰ পিছত BTC ত উচ্ছেদ কৰিবলৈ সাজো BPF আৰু BJP মিত্ৰ চৰকাৰে।
গতিকে সময় থাকোঁতে সকলোৱে সাৱধানতা অৱলম্বন কৰক আৰু জাতিটো বচাওক।
আমাৰ সমষ্টিৰ অন্তৰ্গত কাটাঝাৰ গাওঁৰ সংখ্যালঘূ ভাই-ভনী সকলে শান্তিৰ স্বাৰ্থত, BPF ত্যাগ কৰি শিল-দোল ভাঙি আজি আমাৰ দলত যোগ দান কৰাৰ এক ঝলক।
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Baksa
Guwahati
