15/08/2024
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ৩য় সংখ্যক প্ৰাচীৰ পত্ৰিকা
"জ্যোতিষ্মান"
Ghoramara Janpar Child Welfare Association was established in 1985 . Registered association.
15/08/2024
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ৩য় সংখ্যক প্ৰাচীৰ পত্ৰিকা
"জ্যোতিষ্মান"
15/08/2023
৭৭ তম স্বাধীনতা দিৱস উদযাপন
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ
~পতাকা উত্তোলক : প্ৰতিষ্ঠাপক সম্পাদক সুনীল সৰকাৰদেৱ ।
এই কাৰ্যসূচীত সংঘৰ বৰ্তমানৰ সমূহ বিষয়-ববিয়াসকলৰ লগতে গোবৰ্ধন কলোনী প্ৰাথমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ তৰফৰ পৰা সকলোলৈ শিশু দিৱসৰ অশেষ শুভ কামনা থাকিল ।
20/10/2022
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ১ম সংখ্যক প্ৰাচীৰ পত্ৰিকা ।
Special thanks to
প্ৰাক্তন সভাপতি/সম্পাদক (২০২১-২২)
শ্ৰীযুত অধিৰ বিশ্বাস আৰু
শ্ৰী মিন্টু শৰ্মা
▫️
▫️
❣️
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘৰ ২০২১-২২ বৰ্ষৰ কাৰ্যকাল কালি ইং ০৮/০৮/২০২২ তাৰিখে শেষ হয় । এই সময়ছোৱাত সভাপতিৰ পদত শ্ৰী যুত অধীৰ বিশ্বাস আৰু সম্পাদকৰ পদত শ্ৰী মিন্টু শৰ্মাই কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল ।
০৮/০৮/২০২২ তাৰিখে এই পুৰণা কমিটি ভঙ্গ দি নতুন কমিটি এখন গঠন কৰা হয় (২০২২-২৩ বৰ্ষ) । উক্ত কমিটি খনত সভাপতিৰ পদত শ্ৰী ধনঞ্জয় চৰকাৰ আৰু সম্পাদকৰ পদত শ্ৰী বিবেকানন্দ বিশ্বাসক ২০২২-২৩ বৰ্ষৰ দায়িত্বভাৰ দিয়া হয়।
Welcome to Ghoramara Janpar Sishu kallyan Sangha
Assam