Gaurav Gogoi Fans Club Official

Gaurav Gogoi  Fans Club Official

Share

A GROUP OF WELL-WISHERS

03/05/2026

নৱ জাগৰণৰ সূৰ্য্য উদয় হওঁক......

Gaurav Gogoi

20/04/2026

সমগ্ৰ ঘটনাটো অসমৰ কোনটো জিলাৰ অথবা কোনটো অঞ্চলৰ বাৰু??
কোন দোষী - আমি বিচাৰ কৰিব নাযাওঁ।।
কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ...
আমি কেৱল মেখেলা পৰিহিত ব্যক্তি গৰাকীৰ ঠিকনা বিচাৰিছোঁ।।
অনুগ্ৰহ কৰি জনাব।।
🙏

08/04/2026

Gaurav Gogoi

08/03/2026

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলো নাৰীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

25/02/2026

গুৱাহাটীস্থিত GNRC হস্পিতালত চিকিৎসাধীন হৈ থকা খুড়া এগৰাকীক হঠাৎ তেজৰ প্ৰয়োজন হোৱাত, "গৌৰৱ গগৈ ফেন ক্লাৱ" অসমৰ দীপাংকৰ দাসে ৰক্ত দান কৰে।
শ্ৰীমান দাসক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।

Gaurav Gogoi Fans Club Official ...
Gaurav Gogoi Gaurav Gogoi

Photos from Gaurav Gogoi  Fans Club Official's post 16/02/2026

স্বদেশ আৰু স্বজাতিৰ সেৱাত উছৰ্গিত গৌৰৱ গগৈ ফেনচ ক্লাৱ অসমে বিগত আঠটাকৈ বছৰে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন ক্ষেত্ৰত নিঃস্বার্থ সেৱা আগবঢ়াই আহিছে। যেনে ৰক্ত দান কাৰ্যসূচী, বিনামূলীয়া চিকিৎসা শিবিৰ, পৰিবেশ নিয়ন্ত্ৰণৰ বাবে গছ পুলি ৰোপণ, বৃদ্ধ আশ্ৰম আৰু অনাথ আশ্ৰমত সাহায্য প্ৰদান, বান পিড়িত ৰাইজক সাহায্য প্ৰদান, গৃহহীন সকলক গৃহ নিৰ্মাণত সাহায্য , দৰিদ্ৰ পৰিয়াল ছাত্ৰ ছাত্ৰী সকলক শিক্ষা লাভৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা, ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা আদি কাৰ্যসূচীৰ লগতে অসম মাতৃক সজাই তোলাত বিশেষভাবে অৱদান আগবঢ়াই অহা অসমৰ সন্মানীয় বুদ্ধিজীৱী, সাহিত্যিক, খেলুৱৈ, সংগীত শিল্পী , সাংবাদিক, সমাজ কৰ্মী সকলক আন্তৰিকতাৰে শ্ৰদ্ধা জনায় তেওঁলোকক কৃতজ্ঞতা জনাই আহিছে।

এনে ক্ষেত্ৰত চিৰ চেনেহী অসম মাতৃক সেৱা জনোৱাৰ হেঁপাহেৰে গঠিত গৌৰৱ গগৈ ফেনচ ক্লাব অসমৰ লেটাৰ পেড ব্যৱহাৰ কৰি কোনো দুস্কৃতিকাৰীয়ে সময়ে সময়ে
ভুৱা বাতৰি প্ৰচাৰ কৰি অহাটো অত্যন্ত দুৰ্ভাগ্যজনক।
ফেনচ ক্লাৱ কেতিয়াও এইবোৰ বিষয়ৰ সৈতে জড়িত নহয়।

স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসম মাতৃৰ সন্তান সকল তথা শ্ৰদ্ধাৰ অসম বাসী ৰাইজক এনে ভুৱা সংবাদ বিশ্বাস নকৰিবলৈ বিনম্ৰতাৰে আহ্বান জনালোঁ।

জয় আই অসম

13/02/2026
23/01/2026

আমাক এখন সমাজ লাগে
সাম্য, মৈত্ৰী একতাৰ
আমাক এখন পৃথিৱী লাগে
হৃদয়ে হৃদয় বুজাৰ

#

02/01/2026

ইংৰাজী নৱ বৰ্ষৰ প্ৰাক ক্ষণত সাংসদ তথা যুৱ নেতা , সংসদৰ উপ দলপতি সন্মানীয় শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে অসমৰ যুৱ প্ৰজন্মৰ কেইগৰাকীমানৰ বাৰ্তালাপ.......

Gaurav Gogoi

30/12/2025

💐🎂💐
"Happy Birthday To
SHRI MEGHANATH CHETRY,

Chairman of GGFC Assam, you are not just a title holder, but a guiding light that shines bright for all of us. Your selflessness, dedication, and vision have made you the glue that binds us all together, making a better tomorrow for our society a reality.

Wishing you a very happy birthday,
🎁🎂🎁💐

"

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwahati
03