27/09/2023
এজাক তৰুণ তৰুণী, কাম কৰাৰ দুৰ্বাৰ হেপাঁহ।হেপাঁহৰ দিশপুৰ মহাবিদ্যালয়খনক ন-ৰূপত,ন-চিন্তাৰে আগুৱাই নিয়াৰ সপোন। লাগে মাথো সকলোৰে আশীৰ্বাদ, শুভ কামনা আৰু সহযোগিতা।
"নতুন পৃথিৱীৰ ন চকুজুৰি
দিপিতী ঢালি দে তাত
পুৰণি পৃথিৱী ন কৈ চাই লও
এ বীন এষাৰি মাত "
হে দিশপুৰীয়ান, কাতৰ অনুৰোধ জনাইছো আপোনালোকৰ বহুমূলীয়া ভোটটি প্ৰদান কৰি এইসকল প্ৰাৰ্থীক যেন দিশপুৰ মহাাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়যুক্ত কৰে।
সভাপতি:-প্ৰিয়াংকু গগৈ/দেৱৰাজ কাশ্যাপ পাঠক
উপ:সভাপতি:-হিমান বৰ্মণ
সাধাৰণ সম্পাদক :-ঋষিৰাজ বায়ন
সহকাৰী সাধাৰণ সম্পাদিকা:-ৰ'জী কলিতা
সাংস্কৃতিক সম্পাদিকা :-ডলি তালুকদাৰ
আলোচনী সম্পাদক:-অৱিনাশ বৰ্মন
গুৰু ক্ৰীড়া সম্পাদক:-বিশ্বজিত বৈশ্য
লঘু ক্ৰীড়া সম্পাদক:-NEIHOILHING LHOUVUM
তৰ্ক আৰু আলোচনা সম্পাদিকা:-জ্যোতিস্মা বৰুৱা
সুকুমাৰ কলা সম্পাদিকা:-স্মিতা আহমেদ
ছাত্ৰ জিৰণি কোঠা সম্পাদক:-ৰঞ্জিত মাহঁতো
ছাত্ৰী জিৰণি কোঠা সম্পাদিকা:-মধুমিতা সিং/মযূৰীমা গোস্বামী
জয় আই অসম
01/06/2023
Any Query ?
We are here for you 🤗🩵
Contact us freely ! ✨
30/10/2022
বিগত বৰ্ষকেইটিৰ দৰে এইবেলিও অসম ছাত্ৰ পৰিষদ দিশপুৰ মহাবিদ্যালয় গোটৰ উদ্যোগত যোৱা ৩০ অক্টোবৰ, ২০০৮ বৰ্ষত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া প্ৰত্যেকগৰাকী নিৰীহ লোকৰ আত্মাৰ চিৰশান্তিৰ বাবে মহাবিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰা হয় ৷
🙏🏻 ওঁম শান্তি 🙏🏻
30/10/2022
Long live the tradition of Chhath Puja♥️ , may nature bless you with love and care✨. Sending special wishes your way . Happy Chhath Puja 🌸🙏🏻
13/10/2022
Good Job guys❤️ Dispur college ACP unit members once again proved their Kindness And honesty ❤️ yesterday they saw it and today they solved it ❤️
27/09/2022
Two of our candidate's won uncontested in the DISPUR COLLEGE STUDENT UNION 2022-23.
RAHUL ALI - SOCIAL SERVICE SECRETARY
PRITY HAZARIKA - LITERARY SECRETARY
Congratulations to both of you ✨❤️.
27/09/2022
Today is a very special day for our DISPUR COLLEGE ACP UNIT because our present BOY'S COMMON ROOM SECRETARY - ( NIRAJ SHARMA ) and A very bright and talented student of DISPUR COLLEGE - ( GYANDEEP TALUKDAR ) joined ASOM CHATRA PARISHAD.
Wish for everyone's more success in life from ACP.
Long live ACP ♥️✨🙏
15/09/2022
সত্য সনাতন নিত্য নিৰঞ্জন দেৱ।
অনাদি অনন্ত যোহি বিনে নাহি কের।।
সোহি প্ৰভু নাম ধৰে নন্দকু নন্দন।
কৰোঁ পৰভাতে তযু চৰণ বন্দন।।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৱিৰ্ভাৱ তিথি উপলক্ষে অসম ছাত্ৰ পৰিষদ ৰ তৰফৰ পৰা গুৰুজনাৰ শ্ৰীচৰনত সশ্রদ্ধ
প্ৰণিপাত জনালোঁ... 🙏✨
10/09/2022
আহিব/আহিবা/আহিবি ।
আবেলিটো একেলগে পাৰ কৰিম ।