Dimoria Mondal Committee, BJP

Dimoria Mondal Committee, BJP

Share

Dimoria Mondal Committee, Sonapur

Photos from  Dimoria Mondal Committee, BJP's post 30/12/2023

ভাৰতীয় জনতা পাৰ্টি নৱগঠিত ডিমৰীয়া মণ্ডল সমিতিৰ সভাপতি শ্ৰী ৰাজেন মহন্ত ডাঙৰীয়াক আদৰণি ও দ্বায়িত্ব ভাৰ গ্ৰহনৰ লগতে দলীয় সাংগঠনিক সভা অনুস্থিত হয় ডিমৰীয়া সমবায় সমিতিৰ ভবনত অস্থাই ভাবে লোৱা কাৰ্য্যলয়ত। এই সভাত দলীয় জ্যেষ্ঠ শ্ৰী নিপেন ফুকন আৰু শ্ৰী নগেন বৈশ্য উপস্থিত থাকে।

Mobile uploads 24/12/2023
Photos from  Dimoria Mondal Committee, BJP's post 24/12/2023

অসমৰ জনপ্ৰীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি জাগীৰোড উপস্থিত হব পাচঁটা ৰাজহুৱা অনুস্থান উদ্বোধন কৰিবলৈ। তেওঁক ডিমৰীয়া মণ্ডল সমিতিৰ তৰফৰ পৰা সাদৰৰে স্বৱাগতম জনাইছোঁ।
WEEL COME TO Dr HIMANTA BISWA SARMA at JAGIROAD

Photos from  Dimoria Mondal Committee, BJP's post 22/12/2023

ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডলৰ উদ্যোগত বিশেষ যোগদানৰ কাৰ্য্যসূচিত অসম ৰাজ্যিকৰ মাননীয় উপসভাপতি শ্ৰী জয়ন্ত দাস ডাঙৰীয়া সহ দলীয় জ্যেষ্ঠ কৰ্মি আৰু গুৱাহাটি মহানগৰ জিলাৰ বিষয়ববিয়া সকলৰ উপস্থিতিত ডিমৰীয়াৰ অঞ্চলৰ বহু কেইজন সমাজ কৰ্মি ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি নিতি আৰ্দশ ও কৰ্মৰাজিৰ ওপৰত আকৃষ্ঠ হৈ BJP ত যোগদান কৰে। 

21/12/2023

ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডল সমিতিৰ
উদ্যোগত
বিশেষ যোগদান কাৰ্য্যসুচী

17/12/2023
13/12/2023

বিশিষ্ট প্ৰবন্ধকাৰ, শিক্ষাবিদ তথা আইনী বিশেষজ্ঞ সত্যনাথ বৰাদেৱৰ পুণ্যতিথিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোৱৰিছোঁ। আধুনিক অসমীয়া ভাষাত ৰচিত গীতৰ প্ৰথম পুথি 'গীতাৱলী', ব্যাকৰণৰ পুথি 'বহল ব্যাকৰণ', চিন্তাগধুৰ প্ৰবন্ধৰ সংকলন 'সাৰথি' আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Digaru Gate, Sonapur, 782403
Guwahati
782402