Biju Medhi

Biju Medhi

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Biju Medhi, lokhra Road, Guwahati.

Photos from Biju Medhi's post 20/01/2026

স্মৰণীয় মূহুৰ্ত

01/01/2026
Photos from Biju Medhi's post 17/07/2025

আজি ইং ১৭-০৭-২০২৫ তাৰিখে ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱৰ উপস্থিতিত বৰগছ শিৱমন্দিৰ নামঘৰৰ শুভ উদ্বোধন কৰাৰ কিছুমূহুৰ্ত।"
Ramendra Narayan Kalita

Photos from Biju Medhi's post 17/07/2025

আজি ইং ১৭-০৭-২০২৫ তাৰিখে ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱৰ উপস্থিতিত মূখ্যমন্ত্ৰীৰ নগৰীয়া পকী পথ নির্মাণ আঁচনিৰ আৱন্তিত পাৰিষদ পুঁজিৰ দ্বাৰা লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা সাউকুছি "শংকৰ পথৰ শুভ উদ্বোধন কৰো।
Ramendra Narayan Kalita
Mrigen Sarania

Photos from Biju Medhi's post 14/07/2025

ডি শৰ্মা কালচাৰেল একাডেমী আৰু মঞ্চ প্ৰদীপৰ উদ্যোগত তৃতীয় এদিনীয়া শিশু চেমনীয়া নাট সমাৰোহৰ কিছুমূহুৰ্ত

Photos from Biju Medhi's post 12/07/2025

স্বেচ্ছাসেৱী সংগঠন দিপশাৰ উদ্যোগত আজি ২৪নং বার্ডৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কৰাৰ কিছুমূহুৰ্ত

Photos from Biju Medhi's post 11/07/2025
Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Website

Address


Lokhra Road
Guwahati
781040