BJYM Suklai Serfang

BJYM Suklai Serfang

Share

OFFICIAL FACEBOOK PAGE OF BJYM SUKLAI SERFANG MANDAL

Photos from Dilip Saikia's post 29/05/2026
Photos from BJYM Assam's post 24/05/2026
24/05/2026
Photos from BJYM Suklai Serfang 's post 22/05/2026

আজি পৱিত্র অসম‌ বিধানসভাৰ বাকৰিত অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ সৈতে নৱগঠিত অসম বিধানসভাৰ সদস্যসকল।

Narendra Modi
Nitin Nabin
Dilip Saikia
Victor Kumar Das

28/04/2026

ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ দৰঙ্গাজুলি মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি মাননীয় দ্বিমালু বড়ো ডাঙৰীয়াৰ মৃত‍্যুৰ খবৰে মৰ্মাহত কৰিলে। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

ঔঁম শান্তি 🙏

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Sukali Serfang , Tamulpur BTR
Guwahati