বহাগ মাথোঁ এটি ঋতু নহয়,
নহয় বহাগ এটি মাহ;
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ সাহ...
সদৌটিলৈ অসমীয়া নৱবৰ্ষৰ লগতে অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমঠু বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰকৃতিৰ বুকুৰ পৰা ভাহি অহা কুলি-কেতেকীৰ অমিয়া কলৰৱ আৰু ঢোল,পেঁপাৰ মাতে অসমৰ সমাজ জীৱন আৰু জাতীয় জীৱনলৈ সুখ,শান্তি কঢ়িয়াই অনাৰ লগতে সম্প্ৰীতি আৰু সমন্বয়ৰ অসমীয়া সমাজ খন সদায়ৰ দৰে বহুৰঙী হৈ থকাৰ কামনাৰে...
স্নাতকোত্তৰ ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়
২০১৯-২০ বৰ্ষ
Post Graduate Students' Union, Gauhati University 2019-20
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Post Graduate Students' Union, Gauhati University 2019-20, Social service, Gopinath Bordoloi Nagar, Jalukbari, Guwahati.
15/12/2020
12/10/2020
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শৰীৰ চৰ্চা সম্পাদক (২০১৪-১৫ বৰ্ষ) মিলানাভ গোস্বামীয়ে এক আকস্মিক পথ দুৰ্ঘটনাত স্বৰ্গগামী হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তথা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰসন্থাৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।
08/10/2020
স্নাতক ষষ্ঠ ষাণ্মাসিকৰ যি সকল শিক্ষাৰ্থীয়ে অনলাইনত উত্তৰবহীসমূহ জমা দিয়াত ব্যর্থ হল। সেইসকল ছাত্ৰ-ছাত্ৰীৰ উত্তৰবহী সমূহ জমা লোৱাৰ ব্যৱস্থাৰ লগতে কোনো ছাত্র-ছাত্ৰীয়ে যাতে সমস্যাৰ সন্মুখীন হব লগা নহয় তাৰ প্ৰতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী জনালোঁ।
ধন্যবাদৰে-
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থা, ২০১৯-২০২০.
28/09/2020
It is notified that the students who could not manage to appear online exam for 6th semester BA/B.Sc/B.Com Examination thay will be allowed to appear offline examination in their respective colleges. The students are asked to put application to the principal for permission.
Principal are requested to allow them to appear offline examination.
To the people being the first witness of online examination of post graduation. Heartiest congratulations to you and all the best for your upcoming examinations. You are young people with ambition who have gone through the hardest times. The dreams in your eyes will definitely be fulfilled. Never doubt your abilities for even a moment in your life.
We wish you good luck for a new beginning in life.
With Regards-
PGSU, 2019-20.
22/09/2020
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Contact the business
Website
Address
Gopinath Bordoloi Nagar, Jalukbari
Guwahati
781014
