জাতীয় মহিলা শক্তি

জাতীয় মহিলা শক্তি

Share

Sister Organisation
(Assam Jatiya Parishad)

28/05/2026

সমূহ ইছলাম ধৰ্মাৱলম্বী সুহৃদ, শুভাকাংক্ষীলৈ পৱিত্ৰ ঈদ উজ জোহাৰ শুভেচ্ছা জনাইছোঁ৷ সমন্বয়, ভাতৃত্ববোধ আৰু ত্যাগৰ নিদৰ্শনেৰে এই উৎসৱে আটাইৰে জীৱনত প্ৰীতি আৰু ঐক্যৰ সামূহিক চিন্তা এটাক লালন কৰক, তাৰেই কামনা কৰিছোঁ৷ সংযম, সহিষ্ণুতা আৰু ত্যাগৰ বাটেৰে ঈদ উজ জোহাই অসমবাসীৰ মাজত গঢ়ি তোলক মিলনৰ সেতু৷

োৱাৰক 🌙

Photos from জাতীয় মহিলা শক্তি's post 21/05/2026

যোৱা ২০/০৫/২৬ দিনাংক, গুৱাহাটীত, অনুষ্ঠিত অজাপৰ প্ৰতিনিধি সভাখনৰ কিছু দৃশ্যাংশ। উক্ত সভাখনত, দলৰ সন্মানীয় সভাপতি শ্ৰীযুত লুৰীণজ্যোতি গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি, সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত জগদীশ ভূঞা ডাঙৰীয়া, মহিলা শক্তিৰ সভাপতি মাননীয়া আল্পনা শৰ্মা ডাঙৰীয়ানীৰ লগতে, কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু জিলাৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে। আগন্তুক দিনলৈ, জাতীয়তাবাদৰ ভেটি আৰু বেছি পৰিপক্ক কৰিবলৈ, অজাপ সদায়ে অঙ্গীকাৰবদ্ধ।

অসম প্ৰথম, সদায় আৰু চিৰদিন।

Photos from Lurinjyoti Gogoi's post 12/05/2026
10/05/2026

থালাপতি বিজয় ডাঙৰীয়াই তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা উপলক্ষে তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। এগৰাকী জনপ্ৰিয় ব্যক্তিত্বৰ পৰা নিজ ৰাজ্যৰ নেতৃত্বলৈ আপোনাৰ এই উত্তৰণ হ’ল আঞ্চলিক আকাংক্ষাৰ শক্তিৰ এক বলিষ্ঠ নিদৰ্শন। আপোনাৰ সফলতাই প্ৰমাণ কৰে যে জনসাধাৰণে নিজৰ মাটি, ভাষা আৰু পৰিচয়ৰ সৈতে জড়িত নেতৃত্বৰ ওপৰত কিদৰে গভীৰ আস্থা প্ৰদৰ্শন কৰে।

ভাৰতৰ বৈচিত্ৰ্য ৰক্ষা, থলুৱা স্বাৰ্থৰ সুৰক্ষা আৰু প্ৰকৃত ফেডাৰেল গণতন্ত্ৰৰ মনোভাৱ শক্তিশালী কৰাৰ ক্ষেত্ৰত আঞ্চলিক শক্তিসমূহে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আপোনাৰ এই যাত্ৰাই প্ৰতিফলিত কৰিছে যে যিগৰাকী নেতাই নিজৰ সংস্কৃতি, প্ৰত্যাহ্বান আৰু সপোনবোৰ বুজি পায়, তেওঁৰ সৈতে জনসাধাৰণৰ সংযোগ কিমান গভীৰ হয়।

জাতীয়তাবাদী ৰাজনীতি সবলীকৰণত দৃঢ় বিশ্বাসী এগৰাকী ব্যক্তি হিচাপে মই অনুভৱ কৰোঁ যে এয়া কেৱল তামিলনাডুৰ বাবেই নহয়, বৰঞ্চ নিজৰ পৰিচয় আৰু ভৱিষ্যতৰ বাবে আঞ্চলিক নেতৃত্ব বিচৰা প্ৰতিখন ৰাজ্যৰ বাবে এক অনুপ্ৰেৰণাদায়ক মুহূৰ্ত। জনসেৱাৰ এই নতুন যাত্ৰাত আপোনাৰ সফলতা, সুস্বাস্থ্য আৰু বৌদ্ধিক দৃঢ়তা কামনা কৰিলোঁ।

Heartiest congratulations to Thalapathy Vijay on taking oath as Chief Minister of Tamil Nadu. Your rise from a beloved public figure to the leadership of your state is also a powerful reminder of the strength of regional aspirations and people’s faith in leadership rooted in their own land, language, and identity.

Across India, regional voices continue to play a vital role in safeguarding diversity, protecting local interests, and strengthening the true spirit of federal democracy. Your journey reflects how deeply people connect with leaders who understand their culture, their challenges, and their dreams.

As someone who strongly believes in the importance of regional political empowerment, I see this as an inspiring moment—not just for Tamil Nadu, but for every state where people aspire for leadership that speaks for their identity and their future.

Wishing you wisdom, strength, and success in this new journey of public service.

Vijay

04/05/2026
04/05/2026

" জনতা জনাৰ্দন 🙏"
বিজয়ী সকলোলৈকে শুভেচ্ছা।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Guwahati