Assam Legislative Assembly

Assam Legislative Assembly

Share

Official page of The Assam Legislative Assembly, Dispur- 781005

The Assam Legislative Assembly is the unicameral legislature of the Indian state of Assam.

Ranjeet Kumar Dass is the current Speaker of the Assam Legislative Assembly.

03/06/2026

অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট ঔপন্যাসিক, সৰস্বতী সন্মানপ্ৰাপক ড° লক্ষ্মীনন্দন বৰাদেৱলৈ পৱিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি‌ জ্ঞাপন কৰিলোঁ।
তেখেতৰ সাহিত্য, চিন্তা, সৃষ্টি আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।



02/06/2026

কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাসে ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰে।



01/06/2026

বিধান সভাত মহিলাৰ‌ আসন সংৰক্ষণ সম্পৰ্কে বিধায়ক ঋতু বৰণ‌ শৰ্মাৰ বক্তব্য



01/06/2026

বিধান সভাত মহিলাৰ‌ আসন সংৰক্ষণ সম্পৰ্কে বিধায়ক ভিক্টৰ কুমাৰ দাসৰ বক্তব্য



01/06/2026

বিধান সভাত মহিলাৰ‌ আসন সংৰক্ষণ সম্পৰ্কে বিধায়িকা ৰূপালী লাংথাছাৰ বক্তব্য



01/06/2026

বিধান সভাত মহিলাৰ‌ আসন সংৰক্ষণ সম্পৰ্কে বিধায়িকা নীলিমা দেৱীৰ বক্তব্য



01/06/2026

বিধান সভাত মহিলাৰ‌ আসন সংৰক্ষণ সম্পৰ্কে বিধায়ক দীপক কুমাৰ দাসৰ বক্তব্য



01/06/2026

ভক্তি আন্দোলনৰ মহীয়ান সাধক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য, আধ্যাত্মিক জ্ঞানেৰে দীপ্তিমান প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ। গুৰুজনাৰ আদৰ্শ, ভক্তি আৰু মানৱতাবাদী চিন্তাধাৰাই সমাজক সদায় আলোকিত কৰি ৰাখিব।



31/05/2026

ইউ চি চি বিধেয়ক সম্পৰ্কে বিধান সভাত বিধায়ক পৃথ্বীৰাজ ৰাভাৰ বক্তব্য



31/05/2026

ইউ চি চি বিধেয়ক সম্পৰ্কে বিধান সভাত বিধায়ক তুলিৰাম ৰংহাঙৰ বক্তব্য


Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Dispur
Guwahati
781005