ISO

Call Directions Website Contact the organization

ISO Indian Student Organisation (ISO) is an organization for the rights of the students, for the freedom of the students, for the welfare of the students & Youth.

ক্ষেত্ৰীৰ NH-27 পথ দুৰ্ঘটনা: ভাৰতীয় ছাত্ৰ সংগঠনৰ অভিযোগত অসম মানৱ অধিকাৰ আয়োগত গোচৰ পঞ্জীয়ন।ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্বল সু...
23/09/2026

ক্ষেত্ৰীৰ NH-27 পথ দুৰ্ঘটনা: ভাৰতীয় ছাত্ৰ সংগঠনৰ অভিযোগত অসম মানৱ অধিকাৰ আয়োগত গোচৰ পঞ্জীয়ন।
ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্বল সুৰক্ষা ব্যৱস্থা আৰু পথৰ অৱস্থাক লৈ দাখিল কৰা অভিযোগৰ ভিত্তিত AHRC Case No. 306/2026 (9)।
২২ অক্টোবৰ ২০২৬ত পৰৱৰ্তী শুনানি — পথ সুৰক্ষা আৰু জনসাধাৰণৰ জীৱনৰ অধিকাৰ সুৰক্ষাৰ দাবীত ভাৰতীয় ছাত্ৰ সংগঠনৰ পদক্ষেপ।

"বিশ্ব খনিকৰ ভগৱান বিশ্বকৰ্মাৰ পদূলিলৈ স্বাগতম।"
18/09/2026

"বিশ্ব খনিকৰ ভগৱান বিশ্বকৰ্মাৰ পদূলিলৈ স্বাগতম।"

সৰ্বগুণাকৰ, জগতগুৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথিৰ হিয়াভৰা ওলগ তথা ভক্তিপূৰ্ণ প্ৰণতি জনালোঁ।          ...
12/09/2026

সৰ্বগুণাকৰ, জগতগুৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথিৰ হিয়াভৰা ওলগ তথা ভক্তিপূৰ্ণ প্ৰণতি জনালোঁ।

"শিক্ষক দিৱসৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ।"
05/09/2026

"শিক্ষক দিৱসৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ।"

"হে কৃষ্ণ কৰুণা সিন্ধু দীনবন্ধো জগতপতে।গোপেশ গোপিকাকান্ত ৰাধাকান্ত নমোঽস্তুতে॥"পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে সকলো...
04/09/2026

"হে কৃষ্ণ কৰুণা সিন্ধু দীনবন্ধো জগতপতে।গোপেশ গোপিকাকান্ত ৰাধাকান্ত নমোঽস্তুতে॥"

পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন

শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ভক্তিপূৰ্ণ প্ৰণাম।
01/09/2026

শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ভক্তিপূৰ্ণ প্ৰণাম।

পৱিত্ৰ ৰাখীবন্ধনৰ উপলক্ষে সকলো ভাতৃ-ভগ্নীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন
28/08/2026

পৱিত্ৰ ৰাখীবন্ধনৰ উপলক্ষে সকলো ভাতৃ-ভগ্নীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন

**বাতৰি কাকতত প্ৰকাশৰ বাবে সংক্ষিপ্ত তথ্য **বাক্সা জেলৰ ঘটনাত অতিৰিক্ত এছ পি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে মানৱাধিকাৰ আয়ো...
16/10/2025

**বাতৰি কাকতত প্ৰকাশৰ বাবে সংক্ষিপ্ত তথ্য

**বাক্সা জেলৰ ঘটনাত অতিৰিক্ত এছ পি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগত অভিযোগ দাখিল**

ইণ্ডিয়ান ষ্টুডেণ্টছ অৰ্গেনাইজেচন (ISO)ৰ তৰফৰ পৰা ১৫ অক্টোবৰ, ২০২৫ তাৰিখে (বুধবাৰ) বাক্সা জেলৰ বাহিৰত প্ৰতিবাদৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) গীতাৰ্থ দেৱ শৰ্মাৰ অত্যধিক লাঠীচাৰ্জৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ (NHRC) আৰু অসম ৰাজ্য আৰক্ষী জৱাবদিহিতা আয়োগত এক আবেদন দাখিল কৰা হৈছে। এই ঘটনা অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ প্ৰতিবাদৰ সৈতে জড়িত, য’ত প্ৰতিবাদকাৰী, সাংবাদিক আৰু আৰক্ষীৰ কেইবাজনো আহত হৈছিল। আবেদনত মানৱাধিকাৰ লংঘন, আৰক্ষী নিৰ্দেশনা উলংঘা আৰু গণতান্ত্ৰিক অধিকাৰ হৰণৰ অভিযোগ উত্থাপন কৰা হৈছে।

আমি নিৰপেক্ষ তদন্ত, দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা, আহতসকলৰ বাবে চিকিৎসা সহায় আৰু ক্ষতিপূৰণৰ দাবী জনাইছো। এই আবেদন ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত ৩৫৫/২৫ (২৬) নম্বৰত পঞ্জীয়ন কৰা হৈছে। ISO এই ঘটনাৰ ন্যায় বিচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

#ভাৰতীয়ছাত্ৰসংগঠন #भारतीयछात्रसंगठन

A Humble Appeal to the Hon’ble Prime Minister of India The Indian Students’ Organisation (ISO) has submitted a heartfelt...
21/09/2025

A Humble Appeal to the Hon’ble Prime Minister of India

The Indian Students’ Organisation (ISO) has submitted a heartfelt memorandum to the Hon’ble Prime Minister Shri Narendra Modi ji, through the Hon’ble Chief Minister of Assam Dr. Himanta Biswa Sarma, urging the Government of India to confer the Bharat Ratna upon Shri Zubeen Garg.

Zubeen Garg is not just a legendary artist but the soul of Assam and the cultural heartbeat of India. His music has united generations, spoken of love, unity, and justice, and carried the voice of Assam and the Northeast to the national stage with dignity.

Honouring him with the Bharat Ratna would be a recognition of his unparalleled contributions to music, art, and culture, as well as a tribute to the rich heritage of Assam and the Northeast.

🙏 We earnestly hope the Government of India considers this heartfelt appeal in memory of our beloved Zubeen Da.

#আইএছও #आईएसओ #भारतीयछात्रसंगठन #ভাৰতীয়ছাত্ৰসংগঠন

গোহাৰিভাৰতীয় ছাত্ৰ সংগঠনৰ তৰফৰ সমূহ অসমবাসী আৰু ভাৰতবাসী ৰাইজলৈ               #ভাৰতীয়ছাত্ৰসংগঠনৰ  #গোহাৰি  #भारतीयछात्रस...
20/09/2025

গোহাৰি
ভাৰতীয় ছাত্ৰ সংগঠনৰ তৰফৰ সমূহ অসমবাসী আৰু ভাৰতবাসী ৰাইজলৈ
#ভাৰতীয়ছাত্ৰসংগঠনৰ #গোহাৰি #भारतीयछात्रसंगठन #আইএছও

Address

Beltola, Bhagaduttapur, Ghy/28
Guwahati
781028

Alerts

Be the first to know and let us send you an email when ISO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ISO:

Shortcuts

Share

Category